কৰিমগঞ্জ,3 ফেব্ৰুৱাৰীঃ কৰিমগঞ্জৰ মোবাৰকপুৰত বাইক দূৰ্ঘটনাত থিতাতে নিহত বাইক চালক জাহিৰ আহমদ তাপাদাৰ | গুৰুতৰ আহত সহযাত্ৰী জাহিৰ আলম খান |

AS১১C-৪০২১ নম্বৰৰ বাইক লৈ কৰিমগঞ্জৰ পৰা কালিগঞ্জলৈ গৈ থকাৰ সময়তAS11AC-9939 নম্বৰৰ মেজিক গাড়িৰ সৈতে দূৰ্ঘটনাটো সংঘটিত হয় | আহত জাহিৰ আলম খানক ততালিকে উপস্থিত ৰাইজে হাস্পতালত ভৰ্তি কৰে।