ETV Bharat / state

বদৰপুৰত ভয়ংকৰ দুৰ্ঘটনা : থিতাতে নিহত এজন - বদৰপুৰত এক পথ দুৰ্ঘটনা

বদৰপুৰত এক পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হৈছে ৷ আনহাতে, সংকটজনক অৱস্থাত আহত এজনক শিলচৰলৈ প্ৰেৰণ কৰা হৈছে ৷

থিতাতে নিহত এজন
বদৰপুৰত ভয়ংকৰ দুৰ্ঘটনা
author img

By

Published : Jan 18, 2020, 3:03 AM IST

বদৰপুৰ, 18 জানুৱাৰী : কৰিমগঞ্জৰ বদৰপুৰৰ ছয় নং ৰাষ্ট্ৰীয় ঘাইপথৰ মালুয়া অঞ্চলত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা ৷ শুকুৰবাৰৰ সন্ধিয়া সংঘটিত এই দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় এজন ব্যক্তি ৷

বদৰপুৰত ভয়ংকৰ দুৰ্ঘটনা

ঘটনাৰ বিৱৰণী অনুসৰি, বদৰপুৰৰ পৰা এখন নম্বৰ বিহীন স্কুটী কৰিমগঞ্জৰ দিশে যোৱাৰ সময়ত মালুয়া ঘাইপথত ৰৈ থকা এখন ডাম্পাৰ গাড়ীত পিছফালৰ পৰা সজোৰে খুন্দা মাৰে ৷ ফলত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আনজনৰ অবস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

থিতাতে নিহত এজন
বদৰপুৰত ভয়ংকৰ দুৰ্ঘটনা

ঘটনা সংঘটিত হোৱাৰ পাচতে দুয়োজনকে স্থানীয় ৰাইজে শ্ৰীগৌৰি হাস্পাতালত ভৰ্তি কৰে যদিও এজনক মৃত ঘোষণা কৰাৰ লগতে আনজনক শিলচৰলৈ প্ৰেৰণ কৰা হয় ৷ বৰ্তমান পৰ্যন্ত দুয়োজনৰে পৰিচয় লাভ কৰা নাই ৷

থিতাতে নিহত এজন
ৰখাই থোৱা বাহনত খুন্দা

আৰু পঢ়ক : শিল্পী দিৱসত জুবিন গাৰ্গৰ হুংকাৰ: ৰাজপাট নিদিয়ে বিজেপিক

Intro:বদৰপুৰ মালুয়াত ভয়ঙ্কৰ দুৰ্ঘটনা সংঘটিত হৈছে। থিতাতে নিহত এজন Body:বদৰপুৰ: - কৰিমগঞ্জৰ বদৰপুৰৰ ছয় নং ৰাষ্ট্ৰীয় ঘাইপথৰ মালুয়া এলাকাত ভয়ঙ্কৰ যান দুৰ্ঘটনা সংঘটিত হৈছে । থিতাতে প্ৰাণ হেৰাইছে এজনে। জানিব পৰা গৈছে শুক্ৰবাৰে সন্ধ্যা বদৰপুৰৰ পৰা এখন নম্বৰ বিহীন স্কুটি গাড়ীৰ কৰিমগঞ্জত যোৱাৰ সময়ত ছয় নং ৰাষ্ট্ৰীয় ঘাইপথ মালুয়া ঘাইপথত ৰৈ থকা এখন ডাম্পাৰ গাড়ীৰ পিছত সজোৰে খুন্দা মাৰিলে থিতাতে নিহত এজন আৰু স্কুটিত থকা আনজনৰ অবস্থা আশঙ্কাজনক দেখি দুজনক শ্ৰীগৌৰি হাসপাতালত প্ৰেৰণ কৰিছে স্হানীয় ৰাইজে । হাসপাতালত ডাক্তৰে এজনক মৃত বুলি জানাই আৰু আনজৰ অবস্থা আশঙ্কাজনক দেখি শিলচৰত প্ৰেৰণ কৰিছে । সংবাদ লিখা পৰ্য্যন্ত দুজনৰ পৰিছয় পোয়া নাই বুলি জনা গৈছে ।

স্বপ্নজিৎ নাথ বদৰপুৰ ই টিভি ভাৰতৰ অসমConclusion:news
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.