ETV Bharat / state

বিজেপিৰ ওপৰত অসন্তুষ্ট মহাদেৱ ৰিপুন বৰা - assam news

12 এপ্ৰিলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভাত সাপ ওলোৱা ঘটনা সন্দৰ্ভতে এইদৰে মন্তব্য কৰে কংগ্ৰেছ সভাপতিগৰাকীয়ে

ৰিপুন বৰা
author img

By

Published : Apr 13, 2019, 7:19 PM IST

কৰিমগঞ্জ, 13 এপ্ৰিলঃ "বিজেপিৰ ওপৰত অসন্তুষ্ট মহাদেৱ"! এই মন্তব্য কংগ্ৰেছ সভাপতি ৰিপুন বৰাৰ ৷ 12 এপ্ৰিলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভাত সাপ ওলোৱা ঘটনা সন্দৰ্ভতে এনেদৰে মন্তব্য কৰে কংগ্ৰেছ সভাপতি গৰাকীয়ে ৷

ৰিপুন বৰা

আনহাতে, মৰিয়ানি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয়, সাপ ওলোৱাটো বিজেপিৰ বাবে বেয়া লক্ষণ ৷ কংগ্ৰেছৰ সভাত আজিলৈ সাপ ওলোৱা নাই ৷ ইয়াতে নিশ্চিত বিজেপিৰ পতন ৷

ৰূপজ্যোতি কুৰ্মী

Intro:দক্ষিণ কৰিমগঞ্জর চুপ্রাকিন্দিত হিমন্ত বিশ্বশৰ্মাৰ নির্বাচনী সভাত সাপেৰ তাণ্ডৱ লৈ প্রদেশ কংগ্রেস সভাপতি ৰিপুন বৰাৰ মন্তব্য............ মহাদেব বিজেপি উপরত অসন্তুষ্ট.......
আরু মৰিয়ানিৰ বিধায়ক ৰূপজ্যাতি কৰ্মী কয়........... Body:NaConclusion:দক্ষিণ কৰিমগঞ্জর চুপ্রাকিন্দিত হিমন্ত বিশ্বশৰ্মাৰ নির্বাচনী সভাত সাপেৰ তাণ্ডৱ লৈ প্রদেশ কংগ্রেস সভাপতি ৰিপুন বৰাৰ মন্তব্য............ মহাদেব বিজেপি উপরত অসন্তুষ্ট.......
আরু মৰিয়ানিৰ বিধায়ক ৰূপজ্যাতি কৰ্মী কয়...........
Amirul Alom siddiquey South karimganj
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.