কৰিমগঞ্জ, 21 এপ্ৰিল : ক্ৰমাৎ চিন্তাজনক হৈ পৰিছে ৰাজ্য়ৰ ক’ভিড পৰিস্থিতি ৷ ৰাজ্য়ৰ আন প্ৰান্তৰ লগতে কৰিমগঞ্জ জিলাটো পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সষ্টম হৈছে প্ৰশাসন ৷ অনাগত 8 মে লৈ বন্ধ থাকিব জিলা খনৰ প্ৰাথমিক বিদ্যালয় সমূহ । বন্ধ কৰি দিয়া হৈছে সকলো অঙ্গনবাদী কেন্দ্ৰও ৷ জিলাখনৰ উপায়ুক্ত আনবামুথান এম পিৰ নিৰ্দেশ মৰ্মে ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লোৱা হৈছে এই পদক্ষেপ ৷
লগতে পঢ়ক : এবছৰতো সম্পূৰ্ণ নহল মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ক’ভিড আই চি ইউ
8 মে’ লৈ বন্ধ থাকিব কৰিমগঞ্জ জিলাৰ সকলো প্ৰাথমিক বিদ্যালয়
8 মে লৈ বন্ধ থাকিব কৰিমগঞ্জ জিলাৰ প্ৰাথমিক বিদ্যালয় সমূহ ৷ বন্ধ কৰি দিয়া হৈছে সকলো অঙ্গনবাদী কেন্দ্ৰও ৷ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ জিলা প্ৰশাসনৰ এই সিদ্ধান্ত ৷