ETV Bharat / state

বিধ্বস্ত পথে জ্বলাকলা খুৱাইছে ৰাতাবাৰীবাসীক - কৰিমগঞ্জ

স্বাধীনতাৰ 73 টা বছৰ অতিক্ৰম কৰা পাচতো অঞ্চলবাসীয়ে কোনো সুব্যৱস্থা লাভ নকৰাৰ অভিযোগ ৷ যাৰ বাবে সাংসদ কৃপানাথ মাল্লাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে স্থানীয়

বিধ্বস্ত পথে জ্বলাকলা খুৱাইছে ৰাতাবাৰীবাসীক
author img

By

Published : Oct 9, 2019, 6:09 PM IST

কৰিমগঞ্জ, 9 অক্টোবৰঃ পথৰ দুৰাৱস্থাই দুৰ্ভোগ ভোগাইছে কৰিমগঞ্জৰ 1 নং বিধানসভা সমষ্টিৰ ৰাতাবাৰীৰ ৰাইজক ৷ স্বাধীনতাৰ 73 টা বছৰ অতিক্ৰম কৰা পাচতো অঞ্চলবাসীয়ে কোনো সু-ব্যৱস্থা লাভ নকৰাৰ অভিযোগ ৷ যাৰ বাবে সাংসদ কৃপানাথ মাল্লাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে স্থানীয় ৷ ৰাইজক মিছা কথা কৈ ভোট ভিক্ষা কৰি ভোটৰ বৈতৰণী পাৰ কৰি এতিয়া ৰাইজলৈ পিঠি দিয়া বুলি অভিযোগ কৰে স্থানীয়ই ৷ অঞ্চলটোৰ বাটপথ, দলং, বিদ্যুৎকে ধৰি বিভিন্ন সা-সুবিধা সমূহৰ পৰা বিৰত হৈ থকা ৰাইজে স্বাধীন ভাৰতৰ পৰাধীন নাগৰিক বুলি মন্তব্য কৰে ৷

Intro:

Body:SLUG---- PRESENT DEVELOPMENT OF 1NO RATABARI CONSTITUENCY

কৃপনাথ মাল্লাহ নম্বৰ ওয়ান বেইমান, তেওঁ সদায় মিছা কথা কৈ ৰাম ঠগন দি ভোট বৈতৰণী কৰি আহিছে এই কথা আমি কোৱা নাই।এই কথা অৱহেলিত শাসক দলৰ ভোটাৰৰ।স্বাধীনতাৰ 73টা বছৰ অতিক্ৰম হৈছে কিন্তু কি পালে ৰাজ্যৰ  1 নম্বৰ বিধানসভা সমষ্টি ৰাতাবাৰীৰ ৰাইজে।ইটিভি ভাৰতৰ ক্যামেৰাৰ লেন্সত ধৰা পৰে ৰাতাবাৰীৰ উন্নয়নৰ বাস্তৱ দৃশ্য।প্রতি 5 বছৰ অন্তৰ অন্তৰ নিৰ্বাচন হয় আন আন সমষ্টিৰ দৰে ৰাতাবাৰীৰ ৰাইজেও  তেওঁলোকৰ ভোট প্ৰদান কৰি গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগ কৰে।অহা 21 তাৰিখও ৰাজ্যের তিনিটা সমষ্টিৰ লগে লগে  ৰাতাবাৰীতো উপনিৰ্বাচন ঘোষণা কৰিছে নিৰ্বাচন কমিচনে
।নেতা সলনি হয় চৰকাৰ সলনি হয় কিন্তু ৰাজ্যের এক নম্বৰ সমষ্টিৰ উন্নয়ন কবলৈ গলে শূন্যৰ কোঠাত ।এই মাল্লাহ।বৰ্তমান তেওঁ কৰিমগঞ্জৰ সাংসদ।পথবাট, দলং,বিদ্যুৎ নাই কেলেই চলে।ৰাতাবাৰীৰ ৰাইজে যেন আজিৰ দিনতো পৰাধীন।
ইটিভি ভাৰতৰ কেমেৰাৰ লেন্সৰ উঠি আহিল ৰাতাবাৰীৰ পয়ালগা দৃশ্য।উন্নয়নৰ স্বাদ নোপোৱা কি কলে ৰাতাবাৰীৰ
ৰাইজে ক্যামেৰাৰ আগত চাওক এই বিশেষ প্ৰতিবেদন।

কৰিমগঞ্জ পৰা ৰাম চক্ৰৱৰ্তী ইটিভি ভাৰত অসম।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.