ETV Bharat / state

অত্যধিক লোড শ্বেডিঙে ৰমজান মাহত জ্বলা-কলা খুৱাইছে বদৰপুৰবাসীক

author img

By

Published : May 15, 2019, 10:21 PM IST

বিদ্যুতৰ অত্যধিক লোড শ্বেডিঙে ৰমজান মাহত জ্বলা-কলা খুৱাইছে বদৰপুৰ অঞ্চলৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলক ৷ সেয়েহে বুধবাৰে বদৰপুৰ ৰাইজে বদৰপুৰ বিদুৎ উপসংমণ্ডলৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত এখন স্মাৰক পত্ৰ দাখিল কৰে ।

বদৰপুৰ ৰাইজৰ স্মাৰক পত্ৰ দাখিল

বদৰপুৰ, 15 মে': ৰমজান মাহত বিদ্যুতৰ অত্যধিক লোড শ্বেডিঙে জ্বলা-কলা খুৱাইছে বদৰপুৰ বিধানসভা সমষ্টিৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলক ৷ প্ৰতি দিনে সন্ধিয়া নামাজৰ সময়তে বিদ্যুতৰ লোড শ্বেডিং বৃদ্ধি পোৱাত বুধবাৰে ৰাইজে বদৰপুৰ বিদুৎ উপসংমণ্ডলৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত স্মাৰক পত্ৰ দাখিল কৰিছে ।

ETV BHARAT ASSAM
বদৰপুৰ ৰাইজৰ স্মাৰক পত্ৰ দাখিল

এই স্মাৰক পত্ৰ প্ৰদানত উপস্থিত আছিল মামনুন চৌধুৰী, মাতাহাব উদ্দিন আৰু জাকিৰ বেগকে ধৰি বহুকেইজন ব্যক্তি।

Intro:ৰমজান মাহত ৱিদুৎ ৰ লোডশেডিং স্বাভাৱিক কৰাৰ দাৱীত স্মাৰক পত্ৰ দিলে ৱদৰপুৰ ৰাইজে Body:ৱদৰপুৰৰ: :ৱদৰপুৰৰ ৱিধানসভাত ৱিদুৎৰ লোকাচুৰি মুশলমান সম্প্ৰদায় মানুহক জলা কলা কোয়াছে । প্ৰায় প্ৰতি দিনা সন্ধ্যাৰ নামাজৰ সময়ত ৱিদুৎতৰ লোডশেডিং হয়ে থাকে । ৰমজান মাহত ৱিদুৎ স্বাভাৱিক ৰখাৰ বাবে আজি ৱদৰপুৰৰ সাধাৰণ ৰাইজে ৱদৰপুৰ ৱিদুৎ উপসংমণ্ডলৰ ৱিভাগীয় এস ডি ও হাতত স্মাৰক পত্ৰ প্ৰদান কৰে। উপস্থিত আছিল মামনুন চৌধুৰী; মাতাহাৱ উদ্দিন; জাকিৰ ৱেগ প্ৰমুখ ।Conclusion:ৱদৰপুৰৰ পৰা স্বপ্নজিৎ নাথৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.