ETV Bharat / state

ৰাইজৰ টকাৰে নিৰ্দলীয় প্ৰাৰ্থী হিলাল উদ্দিন লস্কৰ জনসভা - হাইলাকান্দিত নিৰ্দলীয় প্ৰাৰ্থীৰ এক বিশাল জনসভা

শনিবাৰে হাইলাকান্দিত নিৰ্দলীয় প্ৰাৰ্থী হিলাল উদ্দিন লস্কৰৰ নিৰ্বাচন কেন্দ্ৰীক জনসভা অনুষ্ঠিত হয় ৷ এই বিশেষ সভাখন এতিয়া হৈ পৰিছে চৰ্চাৰ বিষয় ৷ কিয়নো প্ৰাৰ্থী হিলাল উদ্দিন লস্কৰে নিজ টকা খৰচ কৰি নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ বিপৰীতে ৰাইজৰ দান-বৰঙনিৰে আয়োজন কৰা হৈছে এই সভা ৷

হাইলাকান্দিত নিৰ্দলীয় প্ৰাৰ্থীৰ এক বিশাল জনসভা

author img

By

Published : Mar 21, 2021, 10:10 AM IST

হাইলাকান্দি, 21মাৰ্চ: শনিবাৰে হাইলাকান্দিত নিৰ্দলীয় প্ৰাৰ্থী হিলাল উদ্দিন লস্কৰৰ নিৰ্বাচন কেন্দ্ৰীক জনসভা অনুষ্ঠিত হয় ৷ এই বিশেষ সভাখন এতিয়া হৈ পৰিছে চৰ্চাৰ বিষয় ৷ কিয়নো প্ৰাৰ্থী হিলাল উদ্দিন লস্কৰে নিজ টকা খৰচ কৰি নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ নকৰি ৰাইজৰ দান-বৰঙনিৰে আয়োজন কৰিছে এই সভা ৷ যাক লৈ এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে হাইলাকান্দিৰ নিৰ্দলীয় প্ৰাৰ্থী গৰাকী তথা তেওঁৰ জনসভা সমূহ ৷

হাইলাকান্দিত নিৰ্দলীয় প্ৰাৰ্থী হিলাল উদ্দিন লস্কৰ এক বিশাল জনসভা

হাইলাকান্দিত নিৰ্দলীয় প্ৰাৰ্থী হিলাল উদ্দিন লস্কৰে কয় যে, এইবাৰ বিজেপিৰ লগত তেওঁৰ মূল যুঁজ হ’ব আৰু এ আই ইউ ডি এফ ৰ টকা দি টিকেট বিক্ৰী কৰা ঘটনা ৰাইজে মানি নলয় ৷ ৰাইজে ইয়াৰ সঠিক উত্তৰ দিব এইবাৰ ২০২১ ৰ বিধানসভা নিৰ্বাচনত আৰু ৩০ হাজাৰ ভোটত তেওঁ জয়ী হ’ব বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক: শূন্য আদালত: উচ্চ বিচাৰ বিভাগত ৪০ শতাংশ পদ খালী থকাৰ বাবে ন্যায় প্ৰদান প্ৰক্ৰিয়া বিলম্বিত হৈছে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.