ETV Bharat / state

ৰাজনৈতিক হিংসাৰ বলি ৰাষ্ট্ৰীয় লোক সমতা দলৰ প্ৰাৰ্থী

author img

By

Published : Mar 28, 2021, 8:45 AM IST

আঙুৰা পঞ্চায়তৰ অন্তৰ্গত দত্তগাঁৱত এখন নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিছিল বিহাৰ বিজেপিৰ মিত্ৰদল ৰাষ্ট্ৰীয় লোক সমতা দলৰ প্ৰাৰ্থী প্ৰণৱ কুমাৰ ৰয়ে ৷ এই জনসভাতেই ৰাজনৈতিক হিংসাৰ বলি হ’ব লগা হৈছিল প্ৰাৰ্থী প্ৰণৱ কুমাৰ ৰয় ৷

ৰাজনৈতিক হিংসাৰ বলি হ’ল ৰাষ্ট্ৰীয় লোক সমতা দলৰ প্ৰাৰ্থী

কৰিমগঞ্জ,28 মাৰ্চ: শনিবাৰে নিশা দক্ষিণ কৰিমগঞ্জত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি ৷ ৰাষ্ট্ৰীয় লোক সমতা দলৰ প্ৰাৰ্থী প্ৰণৱ কুমাৰ ৰয়ক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে অগপৰ প্ৰাৰ্থী আজিজ আহমেদ খানৰ বিৰুদ্ধে ৷

জানিব পৰা মতে, আঙুৰা পঞ্চায়তৰ অন্তৰ্গত দত্তগাঁৱত এখন নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিছিল বিহাৰ বিজেপিৰ মিত্ৰদল ৰাষ্ট্ৰীয় লোক সমতা দলৰ প্ৰাৰ্থী প্ৰণৱ কুমাৰ ৰয়ে ৷ এই জনসভাতেই ৰাজনৈতিক হিংসাৰ বলি হ’ব লগা হৈছিল প্ৰাৰ্থী প্ৰণৱ কুমাৰ ৰয় ৷

উল্লেখ্য যে, নিলাম বজাৰ আৰক্ষী থানাৰ অন্তৰ্গত আঙুৰা এলেকাত সংঘটিত হৈছে এই ঘটনা ৷ ইতিমধ্যে ৰাষ্ট্ৰীয় লোক সমতা দলৰ প্ৰাৰ্থী প্ৰণৱ কুমাৰ ৰয়ে নিলাম বজাৰ আৰক্ষী থানাত এই সম্বন্ধে ৰুজু কৰিছে এক গোচৰ ৷

লগতে পঢ়ক: নিৰ্বাচনক লৈ মৰিগাঁও জিলা উপায়ুক্তৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.