ETV Bharat / state

ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ উদ্যোগত পালন বিশ্ব পৰিৱেশ দিৱস

author img

By

Published : Jun 5, 2020, 9:55 PM IST

বিশ্ব পৰিৱেশ দিৱস পালন কৰে কৰিমগঞ্জৰ ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ 7 নং বেটেলিয়নে ৷ জিলাখনত প্ৰায় 1200 গছপুলি ৰোপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সুৰক্ষা বাহিনীটোৰ অতিৰিক্ত কমাণ্ডেণ্ট মনীষে ৷

Plantation by BSF because of world environment day karimganj assam etv bharat news
বিশ্ব পৰিৱেশ দিৱস পালন

কৰিমগঞ্জ,5 জুন: গছপুলি ৰোপণেৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰে কৰিমগঞ্জৰ ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ 7 নং বেটেলিয়নে ৷ কৰিমগঞ্জৰ প্ৰেছ ক্লাৱ, লায়ন্স ক্লাৱ আৰু ৰ’টাৰি ক্লাৱৰ সদস্যসকলৰ সৈতে জিলাখনৰ বিভিন্ন ঠাইত সীমা সুৰক্ষা বাহিনীয়ে গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ ৷

বিশ্ব পৰিৱেশ দিৱস পালন

উল্লেখ্য যে, জিলাখনত প্ৰায় 1200 গছপুলি ৰোপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সুৰক্ষা বাহিনীটোৰ অতিৰিক্ত কমাণ্ডেণ্ট মনীষে ৷ মনীষে বিগত বৰ্ষত 6,000 গছপুলি ৰোপণৰ কথা সদৰী কৰি এইবছৰো সম পৰিমাণৰ গছপুলি ৰোপণৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে ৷

লগতে চাওকঃ কৰ'ণা নিৰ্মূলৰ বাবে নগাঁৱত পূজা-অৰ্চনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.