পাথাৰকান্দি ,18 এপ্ৰিল : কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত ভোটকেন্দ্ৰত ভোটদাতাসকলৰ দীঘলীয়া শাৰী ৷ পাথাৰকান্দিত লোৱাইপুৱলা অঞ্চলৰ হাতীখিৰাৰ এম ই স্কুলত পুৱাৰ পৰা দেখা গ'ল ভোটদাতাসকলৰ ভিৰ ৷
পাথাৰকান্দিৰ ভোটকেন্দ্ৰত ভোটদাতাৰ ভিৰ - অসমৰ নিৰ্বাচন
দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত ভোটদাতাসকলৰ মাজত দেখা গ'ল ব্যাপক উৎসাহ ৷ ভোটদানৰ বাবে ওলাই আহিল সকলো ৷
পাথাৰকান্দিৰ ভোটকেন্দ্ৰত ভোটদাতাৰ ভিৰ
পাথাৰকান্দি ,18 এপ্ৰিল : কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত ভোটকেন্দ্ৰত ভোটদাতাসকলৰ দীঘলীয়া শাৰী ৷ পাথাৰকান্দিত লোৱাইপুৱলা অঞ্চলৰ হাতীখিৰাৰ এম ই স্কুলত পুৱাৰ পৰা দেখা গ'ল ভোটদাতাসকলৰ ভিৰ ৷
Intro:ভোটাৰৰ মাজত বেয়াপক উৎসাহBody: দ্বিতীয় পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনৰ বাৱে। কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ লোৱাইৰপুৱা
অঞ্চলৰ হাতীখিৰাৰ এম, ই,স্কুলত পৰা ভোটাৰ হকলে
ভোট প্ৰদান কৰাৰ বাবে উপস্থিত হৈছে।
পাথাৰকান্দি পৰা সজিত কৈৰী Conclusion:
অঞ্চলৰ হাতীখিৰাৰ এম, ই,স্কুলত পৰা ভোটাৰ হকলে
ভোট প্ৰদান কৰাৰ বাবে উপস্থিত হৈছে।
পাথাৰকান্দি পৰা সজিত কৈৰী Conclusion: