ETV Bharat / state

বদৰপুৰত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ - মৃতদেহ

কৰিমগঞ্জৰ জুমবস্তি এলেকাৰ পৰা উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ ৷ উক্ত ঘটনাটো বদৰপুৰ আৰক্ষীক অৱগত কৰে স্থানীয় ৰাইজে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

বদৰপুৰত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ
author img

By

Published : Aug 23, 2019, 1:39 PM IST

  • বদৰপুৰত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ
  • কৰিমগঞ্জৰ জুমবস্তি এলেকাৰ পৰা উদ্ধাৰ মৃতদেহটো
    One Deadbody Recover At karimganj
    বদৰপুৰত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ
  • স্থানীয় ৰাইজে প্ৰথমতে প্ৰত্যক্ষ কৰে মৃতদেহটো
  • উক্ত ঘটনাটো বদৰপুৰ আৰক্ষীক অৱগত কৰে স্থানীয় ৰাইজে
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে

  • বদৰপুৰত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ
  • কৰিমগঞ্জৰ জুমবস্তি এলেকাৰ পৰা উদ্ধাৰ মৃতদেহটো
    One Deadbody Recover At karimganj
    বদৰপুৰত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ
  • স্থানীয় ৰাইজে প্ৰথমতে প্ৰত্যক্ষ কৰে মৃতদেহটো
  • উক্ত ঘটনাটো বদৰপুৰ আৰক্ষীক অৱগত কৰে স্থানীয় ৰাইজে
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে
Intro:অজ্ঞাত পৰিচিত মৃতদেহ উদ্ধাৰ বদৰপুৰত: : Body:বদৰপুৰ: :- কৰিমগঞ্জৰ বদৰপুৰত অজ্ঞাত পৰিচিত যুবকৰ লাশ উদ্ধাৰ । উল্লেখ্য আজি ৱদৰপুৰ চহৰৰ জুমবস্তি এলাকাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চ্যল সৃষ্টি হৈছে ৱদৰপুৰত । স্হানীয় ৰাইজে মৃতদেহ টু দেখিবলৈ পাই ৱদৰপুৰ পুলিচক খবৰ দিলে ৱদৰপুৰ পুলিচ এই চিনাক্ত যুৱকজনক বদৰপুৰ থানাত লৈ যায় । এটা প্ৰাপ্ত বয়স্ক অচিনাকী যুৱকৰ মৃতদেহ লৈ বদৰপুৰত চাঞ্চ্যল সৃষ্টি হৈছে । কোনো কেনেকৈ মাৰিলে যুৱকজনক এনে হাজাৰ প্ৰশ্ন উঠিছে ৰাইজৰ মাজত ।Conclusion:বদৰপুৰ পৰা স্বপ্নজিৎ নাথৰ ৰিপোৰ্টে আগতে
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.