ETV Bharat / state

বদৰপুৰত ভয়াৱহ অগ্নিকাণ্ডঃ জুইত জাহ গ'ল লক্ষাধিক টকাৰ সম্পত্তি

শুকুৰবাৰে নিশা প্ৰায় 8.30 মিনিটত অগ্নিকাণ্ডত মুহুৰ্তৰ ভিতৰতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে এটা ঘৰ ৷ প্ৰায় দুই লাখ টকাৰ সা-সম্পত্তি ভষ্মীভূত ৷

বদৰপুৰত অগ্নিকাণ্ড.. জাহ গ'ল লক্ষাধিক টকাৰ সম্পত্তি
author img

By

Published : Apr 27, 2019, 3:54 AM IST

শিলচৰ, বদৰপুৰ 27 এপ্ৰিলঃ শুকুৰবাৰে বদৰপুৰ এফ চি আইত ৰোডত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ এই অগ্নিকাণ্ডত জাহ যায় কেইবালাখ টকাৰ সা-সম্পত্তি ৷

বদৰপুৰত অগ্নিকাণ্ড.. জাহ গ'ল লক্ষাধিক টকাৰ সম্পত্তি
উল্লেখ্য যে শুকুৰবাৰে নিশা প্ৰায় 8.30 বজাত সংঘটিত অগ্নিকাণ্ডত মুহুৰ্তৰ ভিতৰতে এটা ঘৰত জুইৰ লেলিহান শিখাই আৱৰি ধৰে ৷ বদৰপুৰৰ অগ্নিনিৰ্বাপক বাহিনী আৰু কাছাৰৰ অগ্নিনিৰ্বাক বাহিনীৰ দুখনকৈ গাড়ী ঘটনাস্থলীত উপস্থিত হয় যদিও পথৰ পৰিসৰ কম হোৱাৰ বাবে 400 মিটাৰ দূৰত্বৰ পৰাই অগ্নিনিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ জানিব পৰামতে ম'হ মাৰিবলৈ ব্যৱহাৰ কৰা কয়লৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ৷ এই অগ্নিকাণ্ডত 2 লাখ টকাৰ সা-সম্পত্তিৰ ক্ষতি হয় ৷

Intro:ৱদৰপুৰত অগ্নি কাণ্ডBody:ৱদৰপুৰৰ শহৰৰ এফ সি আই ৰোডত জুই জা গল কেইৱা লাখ টকাৰ সা সন্পতি। ইয়াৰ থকা সাহাৱ উদ্দিন নাম ৰ লোকজন ৰ ঘৰত আজি নিশা সাৰে আটটা ৱজাত জুইৰ লাগে। মুহুর্তৰ ভিতৰত ঘৰখনৰ জুইৰ কৱলত পৰি যায়। খৱৰ পাই ৱদৰপুৰ ফায়ার সার্ভিস আৰু কাছাৰ ৰ কাটিগৰা ফায়ার সার্ভিস ৰ দুখন গাৰী আহি পালে।কিন্তু ৰাস্তা ৰ পৰিসৰ কম থকাৰ বাবে গাড়ি দুখন ৪০০মিটাৰ দুৰত ৰকি যায় পিছত অগ্নি নিৰ্ৱাহক ৱাহীনী কৰ্মি জেনেৰেটৰ সহয়োগত জুই নিৱাৱলৈ সক্ষম হয়। মশা ৰ কয়েলৰ পৰা জুইৰ সুত্র পাত। পুলিশ ৰ দিয়া তত্ত্ব মতে ২ লাখ টকাৰ ক্ষতি হয়। সময় মতো অগ্নি নিৰ্ৱাহক ৱাহিনী নগলে তেন পুৰা গলিত জুই ৰ কৱলত পৰিলেতেন।Conclusion:ৱদৰপুৰৰ পৰা স্বপ্নজিৎ নাথ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.