ETV Bharat / state

জনসম্পৰ্ক অভিযানত কৰিমগঞ্জ অভিমুখে মন্ত্ৰী নৱ দলে

author img

By

Published : Jun 16, 2020, 9:40 AM IST

কৰিমগঞ্জত জনসম্পৰ্ক অভিযানৰ বাবে মঙলবাৰে উপস্থিত হ'ব মন্ত্ৰী নৱ দলে । কৰিমগঞ্জত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে জিলা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হ'ব বুলি সদৰি কৰে ।

কৰিমগঞ্জ
জনসম্পৰ্ক অভিযানত কৰিমগঞ্জ অভিমুখে মন্ত্ৰী নৱ দলে

কৰিমগঞ্জ, ১৬ জুনঃ মঙলবাৰে কৰিমগঞ্জত জনসম্পৰ্ক অভিযানৰ উদ্দেশ্য উপস্থিত হ'ব মন্ত্ৰী নৱ কুমাৰ দলে । পুৱা ১০ বজাত উপস্থিত হোৱাৰ পাচতে বদৰপুৰঘাটত বিজেপি কৰ্মী সকলে আদৰণি জনাব মন্ত্ৰী গৰাকীক । ঘটনাৰ পাচতে মন্ত্ৰী গৰাকীয়ে কৰিমগঞ্জৰ জিলা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হ'ব ।

আবেলি প্ৰায় ১ বজাত ঘোৰামাৰা এলাকাৰ পুৰণি বিজেপি কৰ্মীসকলক মন্ত্ৰী গৰাকীয়ে সাক্ষাৎ কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে দৰপুৰ মণ্ডল বিজেপিৰ সভাপতি অমিয় দাসে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.