ETV Bharat / state

দক্ষিণ কৰিমগঞ্জত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Jul 6, 2020, 10:08 AM IST

পথটো নিৰ্মাণৰ তিনিমাহৰ ভিতৰত উঠিব ধৰিছে ব্লেক টপিং । নিম্নমানৰ কাম হোৱাৰ বাবে পথটোৰ আৰম্ভণিৰ প্ৰায় 50 মিটাৰ অংশ খহি যোৱাৰ লগতে নিৰ্মাণৰ মাত্ৰ তিনি মাহৰ ভিতৰত উঠিব ধৰিছে ব্লেক টেপিং ।

LOW QUALITY ROAD MAKING.
দক্ষিণ কৰিমগঞ্জত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

কৰিমগঞ্জ, 6 জুলাই : দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত নিলামবজাৰৰ যাত্ৰাপুৰৰ পৰা ভৰিবন্দলৈকে যোৱা পথৰ নিৰ্মাণৰ কামত ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । পথটো নিৰ্মাণৰ তিনিমাহৰ ভিতৰত উঠিব ধৰিছে ব্লেক টেপিং। নিম্নমানৰ কাম হোৱাৰ বাবে পথটোৰ আৰম্ভণিৰ প্ৰায় 50 মিটাৰ অংশ খহি যোৱাৰ লগতে নিৰ্মাণৰ মাত্ৰ তিনি মাহৰ ভিতৰত উঠিব ধৰিছে ব্লেক টেপিং ।

কামৰ মানদণ্ড ইমানেই নিম্নমানৰ হৈছিল যে হাতেৰে স্পৰ্শ কৰিলেই উঠি আহে ব্লেক টেপিং । স্থানীয় লোকে দক্ষিণ কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খান আৰু গড়কাপ্তানী বিভাগক শীঘ্ৰে পথটোৰ পুন নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে দাবী জনাইছে ৷

লগতে পঢ়ক: গোলাঘাটত নিশা ছয়খন বিলাসী বাহনত আক্ৰমণ দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.