ETV Bharat / state

কৰিমগঞ্জৰ কাটলিছড়াত মহিলা ভোটাৰৰ দীঘলীয়া শাৰী - assam news

অঞ্চলটোৰ কেইটামান কেন্দ্ৰত পুৱাৰ ভাগত ইভিএম বিসংগতিয়ে কিছ়ু সমস্যাৰ সৃষ্টি কৰিছিল যদিও প্ৰশাসনৰ তৎপৰাত ইভিএমবোৰ পুনৰ ব্যৱহাৰযোগ্য হোৱাত পুৱা ৭বজাৰ পৰা ১০ বজালৈ ১০ শতাংশ ভোটদান হোৱা বুলি জানিবলৈ দিয়ে প্ৰশাসনে ৷

কৰিমগঞ্জৰ কাটলিছড়াত মহিলা ভোটাৰৰ শাৰী
author img

By

Published : Apr 18, 2019, 1:50 PM IST

কৰিমগঞ্জ, 18 এপ্ৰিলঃ কৰিমগঞ্জৰ ১নং লোকসভা নির্বাচনৰ কাটলিছড়াৰ সমষ্টিৰ বিভিন্ন ভোট কেন্দ্ৰত মহিলা ভোটাৰৰ দীঘলীয়া শাৰী ৷ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ পুৱা 5 বজাৰ পৰা দীঘলীয়া শাৰী পতা পৰিলক্ষিত হ'ল ভোট কেন্দ্ৰসমূহত । আনহাতে, অঞ্চলটোৰ কেইটামান কেন্দ্ৰত পুৱা ভাগত ইভিএম বিসংগতিয়ে কিছ়ু সমস্যাৰ সৃষ্টি কৰিছিল যদিও প্ৰশাসনৰ তৎপৰাত ইভিএমবোৰ পুনৰ ব্যৱহাৰযোগ্য হোৱাত পুৱা ৭বজাৰ পৰা ১০ বজালৈ ১০ শতাংশ ভোটদান হোৱা বুলি জানিবলৈ দিয়ে প্ৰশাসনে ।

Intro:Slug:- কৰিমগঞ্জ ১নং লোকসভা নির্বাচনত কাটলিছড়া সমষ্টিত পুৱা ৯টা লৈকে ১০ শতাংস ভোট কাস্টিং।Body:O/c:-আজি পুৱা ৭টাৰ পৰা কাটলিছড়াৰ বিভিন্ন নিৰ্বাচন কেন্দ্ৰত সাৰি পাতি ব্যাপক হাৰে মহিলা ভোটাৰক উলাই অহা দেখা পুৱা যায়। যেহেতু হাইলাকান্দি জিলাত ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ ভোট আজি অনুষ্টিত হ'ব, হেয়েহে জেলাৰ বিভিন্ন সৰকাৰী বেসৰকাৰী প্ৰতিষ্টানৰ উদ্যোগে ভোটৰ মহা পাৰ্বন অনুষ্ঠানৰ প্ৰচাৰাভিযান কৰিছিল তাৰই প্ৰভাত আজিৰ মহিলা ভোটাৰৰ ক্ষেত্ৰত পৰিলক্ষিত হয়। ৰাতিপুৱা ৫টাৰ পৰা লাইনত থিয়হই মহিলা ভোটাৰে নিজ নিজ ভোট সাব্যস্ত কৰিব বুলি আশা প্ৰকাশ কৰিছে। পুৱাৰ ভাগত কিছুমান কেন্দ্ৰত ইভিএম বিসংগতি হইছে যদিও আধঘন্টাৰ মাজত ইবিএমবোৰ ঠিক কৰি দিয়া হইছে। মোটতে পুৱা ৭টাৰ পৰা ৯টা লৈকে ১০ শতাংশ ভোট দিয়া হইছে বুলি জানিব পৰা যায়। Conclusion:V/o:- ১৮ এপ্ৰিল ভোটৰ মহা পাৰ্বনত, মহিলা ভোটাৰৰ জনশ্ৰুত।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.