ETV Bharat / state

অসম-ত্ৰিপুৰা সীমান্তত জব্দ অবৈধ সুৰা - illegal liquor

ত্ৰিপুৰা আৰক্ষীৰ অভিযানত সুৰা জব্দ হোৱাৰ পাচতেই পোহৰলৈ আহে অসম আৰক্ষী নিষ্ক্ৰিয় ভূমিকাৰ কথা ৷ মঙলবাৰে ত্ৰিপুৰা আৰক্ষীৰ অভিযানত পানিসাগৰ এলেকাৰ পৰা জব্দ এখন অবৈধ সুৰা ভৰ্তি ট্ৰাক৷ গুৱাহাটীৰ পঞ্জীয়ন থকা AS 01 JC 9374 নম্বৰৰ ট্ৰাকখনৰ পৰা জব্দ হৈছে দহ হাজাৰৰো অধিক মেঘালয়ত প্ৰস্তুত  বিলাতী সুৰা৷

অসম-ত্ৰিপুৰা সীমান্তত জব্দ অবৈধ সুৰা
author img

By

Published : May 8, 2019, 11:28 AM IST

ত্ৰিপুৰা, 8 মে' : অসম ত্ৰিপুৰা সীমান্তক কৰিডৰ হিচাপে ব্যবহাৰ কৰি ত্ৰিপুৰাৰ পৰা বাংলাদেশলৈ নিচা সামগ্ৰী সৰবৰাহ অব্যাহত ৰাখিছে একাংশ অসাধু ব্যবসায়ীয়ে । অসম আৰক্ষীৰ চকুত ধুলি দি অব্যাহত আছে বিলাতী সুৰা, গাঞ্জা, কফ চিৰাপ আদিকে ধৰি বিভিন্ন নিচা সামগ্ৰীৰ সৰবৰাহ।

অসম-ত্ৰিপুৰা সীমান্তত জব্দ অবৈধ সুৰা

মঙলবাৰে ত্ৰিপুৰা আৰক্ষীৰ অভিযানত পানিসাগৰ এলেকাৰ পৰা জব্দ এখন অবৈধ সুৰা ভৰ্তি ট্ৰাক৷ গুৱাহাটীৰ পঞ্জীয়ন থকা AS 01 JC 9374 নম্বৰৰ ট্ৰাকখনৰ পৰা জব্দ হৈছে দহ হাজাৰৰো অধিক মেঘালয়ত প্ৰস্তুত বিলাতী সুৰা৷ সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় 18 লাখ টকা বুলি জানবলৈ দিয়ে আৰক্ষীয়ে৷ আৰক্ষীৰ অভিযানত পলাই সাৰিবলৈ সক্ষম হয় ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন৷

Intro:Body:SLUG : HUGE WINE SEIZED AT TRIPURA.

অসম ত্ৰিপুৰা সীমান্তক কৰিডৰ হিচাপে ব্যবহাৰ কৰি ত্ৰিপুৰাৰ পৰা বাংলাদেশলৈ নিচা সামগ্ৰী পাচাৰ অব্যাহত ৰাখিছে একাংশ অসাধু ব্যবসায়ীয়ে । অসম আৰক্ষীৰ চকুত ধুলি দি অব্যাহত আছে বিলাতী সুৰা, গাঞ্জা, কফ চিৰাপ আদিকে ধৰি বিভিন্ন নিচা সামগ্ৰী । ত্ৰিপুৰা আৰক্ষীৰ অভিযানত নিচা সামগ্ৰী জব্দ হোৱাৰ পিছতেই পুহৰলৈ আহে অসম আৰক্ষী নিষ্ক্ৰিয় ভূমিকা । মঙ্গলবাৰে ত্ৰিপুৰা আৰক্ষীৰ অভিযানত পানিসাগৰ এলেকাৰ পৰা অবৈধ সুৰা ভৰ্তি এখন ট্ৰাক জব্দ হৈছে । গুৱাহাটীৰ পঞ্জীয়ন থকা AS 01 JC 9374 নম্বৰৰ ট্ৰাকখনৰ পৰা জব্দ হৈছে দহ হাজাৰৰো অধিক মেঘালয়ত নিৰ্মিত বিলাতী সুৰা । যাৰ বজাৰ মুল্য হব প্ৰায় 18 লাখ টকা । আৰক্ষীৰ অভিযানত চালক সহ গাড়ীত থকা আন লোক সকল পলাই যাবলৈ সক্ষম হয় । মোট কথাত এনে ঘঠনাৰ পিছত স্বভাবতে প্ৰশ্ন উত্থাপন হয় অসম আৰক্ষীৰ বিৰুদ্ধে । আচলতে এয়া অসম আৰক্ষীৰ ব্যৰ্থতা নে অসম আৰক্ষীৰ সহযোগিতাৰে চুৰাং ব্যবসায়ীয়ে চলাই গৈছে নিচা সামগ্ৰীৰ অবাদ বেহা ????Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.