ETV Bharat / state

মৈত্ৰী যোজনাৰ অধীনত কৰিমগঞ্জত আৰক্ষী ভৱনৰ আধাৰশিলা স্থাপন - অতিৰিক্ত আৰক্ষী অধীক্ষক

কৰিমগঞ্জত চাৰিমহলীয়া আটকধুনীয়া অত্যাধুনিক ভৱনৰ আধাৰশিলা স্থাপন ৷ মৈত্ৰী যোজনাৰ অধীনত আৰক্ষী ভৱনৰ আধাৰশিলা স্থাপন কৰা হয় ৷

laying-of-foundation-stone-of-police-building-at-karimganj-under-maitri-yojana
মৈত্ৰী যোজনাৰ অধীনত কৰিমগঞ্জত আৰক্ষী ভৱনৰ আধাৰশিলা স্থাপন
author img

By

Published : Nov 29, 2020, 7:36 PM IST

কৰিমগঞ্জ, 29 নৱেম্বৰ : ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে কৰিমগঞ্জ জিলাতো এটা চাৰিমহলীয়া আটকধুনীয়া অত্যাধুনিক ভৱনৰ আধাৰশিলা স্থাপন কৰা হয় । দেওবাৰে মাজুলীত আধাৰশিলা স্থাপনৰ লগতে প্ৰযুক্তি বিদ্যাৰ জৰিয়তে অসমৰ আন আন ঠাইত 72 খন আৰক্ষী বেৰিকেটৰ শুভাৰম্ভণি কৰা হয় ।

আৰক্ষী অধীক্ষকৰ মন্তব্য

মৈত্ৰী যোজনাৰ অধীনত আৰক্ষী ভৱনৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । উক্ত অনুষ্ঠানৰ জৰিয়তে কৰিমগঞ্জ জিলাৰ বাবেও দুটা আটক ধুনীয়া বেৰিকেটৰ আধাৰশিলা স্থাপন কৰা হ'ব বুলি জনাই আৰক্ষী অধীক্ষক মায়াঙ্ক কুমাৰে ।

উল্লেখ্য যে, কৰিমগঞ্জ আৰক্ষী চাউনিৰ সভাগৃহত আয়োজিত অনুষ্ঠানত উপস্থিত আছিল অতিৰিক্ত জিলা উপায়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষক সহ পাথাৰকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পালকে ধৰি আৰক্ষীৰ বিষয়ববীয়া সকল ।

লগতে পঢ়ক : হিমন্ত য’ত থাকে গণ্ডগোল হ’বই : হাগ্ৰামা মহিলাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.