ETV Bharat / state

আজৱঃ মহাবিদ্যালয় কৰ্তৃপক্ষই নাজানে পৰীক্ষাৰ সময় ! - নিলামবজাৰ মহাবিদ্যালয়

পৰীক্ষাৰ সময়সূচী অনুসৰি সকলো মহাবিদ্যালয়তে মঙলবাৰে পুৱা চাৰে দহ বজাত আৰম্ভ হয় চতুৰ্থ ষান্মাষিকৰ শিক্ষাতত্বৰ পৰীক্ষা ৷ কিন্তু নিলামবজাৰ মহাবিদ্যালয়ত পুৱা ১০-৩০বজাৰ বিপৰীতে দিনৰ ১-৩০ বজাতহে আৰম্ভ হয় এই পৰীক্ষা ৷

প্ৰশ্নকাকত ফাদিল হোৱাৰ পিচতো নিলামবজাৰ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ল পৰীক্ষা
author img

By

Published : May 28, 2019, 9:27 PM IST

কৰিমগঞ্জ, 28 মে': কৰিমগঞ্জৰ এখন বিশ্ববিদ্যালয়ৰ এক ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে জিলাখনৰ সচেতন মহলত ৷ অসম বিশ্ববিদ্যালয়ৰ অধীনত কাছাৰ,কৰিমগঞ্জ,হাইলাকান্দি,উত্তৰকাছাৰ জিলাত স্নাতক চতুৰ্থ ষান্মাষিকৰ পৰীক্ষা চলি থকাৰ মাজতেই কৰিমগঞ্জত সংঘটিত হয় ব্যাপক অনিয়ম ৷

প্ৰশ্নকাকত ফাদিল হোৱাৰ পিচতো নিলামবজাৰ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ল পৰীক্ষা

উল্লেখ্য যে, পৰীক্ষাৰ সময়সূচী অনুসৰি সকলো মহাবিদ্যালয়তে মঙলবাৰে পুৱা চাৰে দহ বজাত আৰম্ভ হয় চতুৰ্থ ষান্মাষিকৰ শিক্ষাতত্বৰ পৰীক্ষা ৷ কিন্তু আচৰিত ভাবে নিলামবজাৰ মহাবিদ্যালয়ত দিনৰ 1.30 মিনিটতহে আৰম্ভ হয় পৰীক্ষা । মহাবিদ্যালয়ৰ অধ্যক্ষৰ মতে বিশ্ববিদ্যালয়ৰ পৰা দিয়া সময়সূচী অনুসৰি দুপৰীয়া1.30 মিনিটতহে পৰাহে আছিল শিক্ষাতত্বৰ পৰীক্ষা৷

কিন্তু বিশ্ববিদ্যালয়ৰ পৰা পিচৰ সময়ত দিয়া সময়সূচী অনুসৰি এই সময় পুনৰ পুৱা চাৰে দহ বজালৈ সলনি কৰা হয় ৷ কিন্তু এই বিষয়ে জ্ঞাত নহয় মহাবিদ্যালয় কৰ্তৃপক্ষ ৷ সেয়েহে পৰীক্ষাৰ প্ৰশ্ন ফাদিল হোৱাৰ পিচতো এইদৰে পৰীক্ষা অনুষ্ঠিত কৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত ৷

Intro:কৰিমগঞ্জৰ এখন মহাবিদ্যালয়ৰ আজব কান্ড ! পুৱা ১০-৩০বজাত আৰম্ভ হবলগীয়া পৰীক্ষা আৰম্ভ হল দিনৰ ১-৩০ বজাত । ইয়াৰ ভিতৰতে ফাদিল হল পৰীক্ষাৰ প্ৰশ্ন কাকত ।
অসম বিশ্ববিদ্যালয়ৰ অধীনত কাছাৰ,কৰিমগঞ্জ,হাইলাকান্দি,উত্তৰকাছাৰ জিলাত স্নাতকৰ ফোৰ্থ চেম পৰীক্ষা চলি আছিল । আজি আছিল এডুকেচন বিষয়ৰ পৰীক্ষা । ৰুটিন অনুসৰি সকলো মহাবিদ্যালয়ত পুৱা সাড়ে দহ বজাত এডুকেচন পৰীক্ষা আৰম্ভ হয় । কিন্তু আচৰিত ভাবে নিলামবজাৰ মহাবিদ্যালয়ত দিনৰ দেড় বজাত আৰম্ভ হয় পৰীক্ষা । মহাবিদ্যালয়ৰ অধ্যক্ষয় কয় ।।।।।।।।।।।। বিশ্ব বিদ্যালয়ৰ পৰা যি ৰুটিন দিয়া হৈছিল সেই ৰুটিনত পৰীক্ষা আছিল আজি দুপুৰীয়া । ফলতে পৰীক্ষা আৰম্ভ হৈছিল দেড় বজাৰ পৰা ।
বিশ্ববিদ্যালয়ৰ প্ৰথম ৰুটিনত এডুকেচন পৰীক্ষা দেড় বজাত হববুলি দিয়া হলেও পৰবৰ্তী সময়ত পৰীক্ষাটো পুৱাৰ ভাগত লৈ অনা হৈছিল । পৰীক্ষা শেষ আনকি উত্তৰপত্ৰ ফাদিলৰ পিছত পৰীক্ষা আৰম্ভ হোৱাৰ পিছত লোৱা পৰীক্ষাৰ বাবে কোন হৱ জগৰীয়া ? এই পৰীক্ষাটো আকৌ লোৱা হব নেকি ?Body:কৰিমগঞ্জৰ এখন মহাবিদ্যালয়ৰ আজব কান্ড ! পুৱা ১০-৩০বজাত আৰম্ভ হবলগীয়া পৰীক্ষা আৰম্ভ হল দিনৰ ১-৩০ বজাত । ইয়াৰ ভিতৰতে ফাদিল হল পৰীক্ষাৰ প্ৰশ্ন কাকত ।
অসম বিশ্ববিদ্যালয়ৰ অধীনত কাছাৰ,কৰিমগঞ্জ,হাইলাকান্দি,উত্তৰকাছাৰ জিলাত স্নাতকৰ ফোৰ্থ চেম পৰীক্ষা চলি আছিল । আজি আছিল এডুকেচন বিষয়ৰ পৰীক্ষা । ৰুটিন অনুসৰি সকলো মহাবিদ্যালয়ত পুৱা সাড়ে দহ বজাত এডুকেচন পৰীক্ষা আৰম্ভ হয় । কিন্তু আচৰিত ভাবে নিলামবজাৰ মহাবিদ্যালয়ত দিনৰ দেড় বজাত আৰম্ভ হয় পৰীক্ষা । মহাবিদ্যালয়ৰ অধ্যক্ষয় কয় ।।।।।।।।।।।। বিশ্ব বিদ্যালয়ৰ পৰা যি ৰুটিন দিয়া হৈছিল সেই ৰুটিনত পৰীক্ষা আছিল আজি দুপুৰীয়া । ফলতে পৰীক্ষা আৰম্ভ হৈছিল দেড় বজাৰ পৰা ।
বিশ্ববিদ্যালয়ৰ প্ৰথম ৰুটিনত এডুকেচন পৰীক্ষা দেড় বজাত হববুলি দিয়া হলেও পৰবৰ্তী সময়ত পৰীক্ষাটো পুৱাৰ ভাগত লৈ অনা হৈছিল । পৰীক্ষা শেষ আনকি উত্তৰপত্ৰ ফাদিলৰ পিছত পৰীক্ষা আৰম্ভ হোৱাৰ পিছত লোৱা পৰীক্ষাৰ বাবে কোন হৱ জগৰীয়া ? এই পৰীক্ষাটো আকৌ লোৱা হব নেকি ?Conclusion:কৰিমগঞ্জৰ এখন মহাবিদ্যালয়ৰ আজব কান্ড ! পুৱা ১০-৩০বজাত আৰম্ভ হবলগীয়া পৰীক্ষা আৰম্ভ হল দিনৰ ১-৩০ বজাত । ইয়াৰ ভিতৰতে ফাদিল হল পৰীক্ষাৰ প্ৰশ্ন কাকত ।
অসম বিশ্ববিদ্যালয়ৰ অধীনত কাছাৰ,কৰিমগঞ্জ,হাইলাকান্দি,উত্তৰকাছাৰ জিলাত স্নাতকৰ ফোৰ্থ চেম পৰীক্ষা চলি আছিল । আজি আছিল এডুকেচন বিষয়ৰ পৰীক্ষা । ৰুটিন অনুসৰি সকলো মহাবিদ্যালয়ত পুৱা সাড়ে দহ বজাত এডুকেচন পৰীক্ষা আৰম্ভ হয় । কিন্তু আচৰিত ভাবে নিলামবজাৰ মহাবিদ্যালয়ত দিনৰ দেড় বজাত আৰম্ভ হয় পৰীক্ষা । মহাবিদ্যালয়ৰ অধ্যক্ষয় কয় ।।।।।।।।।।।। বিশ্ব বিদ্যালয়ৰ পৰা যি ৰুটিন দিয়া হৈছিল সেই ৰুটিনত পৰীক্ষা আছিল আজি দুপুৰীয়া । ফলতে পৰীক্ষা আৰম্ভ হৈছিল দেড় বজাৰ পৰা ।
বিশ্ববিদ্যালয়ৰ প্ৰথম ৰুটিনত এডুকেচন পৰীক্ষা দেড় বজাত হববুলি দিয়া হলেও পৰবৰ্তী সময়ত পৰীক্ষাটো পুৱাৰ ভাগত লৈ অনা হৈছিল । পৰীক্ষা শেষ আনকি উত্তৰপত্ৰ ফাদিলৰ পিছত পৰীক্ষা আৰম্ভ হোৱাৰ পিছত লোৱা পৰীক্ষাৰ বাবে কোন হৱ জগৰীয়া ? এই পৰীক্ষাটো আকৌ লোৱা হব নেকি ?
Amirul Alom siddiquey South karimganj
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.