ETV Bharat / state

কৰিমগঞ্জত দেশৰ প্ৰধানমন্ত্ৰীৰ জন্মদিন পালন

কৰিমগঞ্জত বিজেপি কৰ্মীৰ তৎপৰতা ৷ বাট-পথ ঝাডু দিয়াৰ লগতে চহৰত থকা মনিষীসকলৰ প্ৰতিমূৰ্তি পৰিষ্কাৰ ৷

কৰিমগঞ্জত বিজেপি কৰ্মীৰ তৎপৰতা
author img

By

Published : Sep 17, 2019, 4:52 PM IST

কৰিমগঞ্জ,17 চেপ্টেম্বৰ: দেশৰ প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে দেশৰ আন ঠাইৰ লগতে সংগতি ৰাখি কৰিমগঞ্জতো পালিত হ'ল - সেৱা সপ্তাহ । আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপজা দিনত কৰিমগঞ্জৰ বিজেপি মহিলা মৰ্চাই চহৰত চাফাই অভিযান চলায় । বাট পথ ঝাড়ু দিয়াৰ লগতে চহৰত থকা মনিষীসকলৰ প্ৰতিমূৰ্তি পৰিষ্কাৰ কৰে ।

কৰিমগঞ্জত প্ৰধানমন্ত্ৰীৰ জন্মদিন পালন

এনে কাৰ্যত যুৱ মৰ্চাসহ জিলা কমিটিয়েও সহায় কৰে । পাচত সকলো বিজেপি কাৰ্যকৰ্তাই কৰিমগঞ্জ অসামৰিক আৰু ৰেডক্ৰছ চিকিৎসালয়ত ৰোগীসকলক ফলমূল বিতৰণ কৰে । কৰিমগঞ্জ জিলা বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী সীমা নন্দীয়ে কাৰ্যক্ৰমৰ বিৱৰণ দাঙি ধৰে ।

Intro:Body:SLUG: SERVICE ON PM BIRTHDAY, KARIMGANJ
দেশৰ প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে দেশৰ আন ঠাইৰ লগতে সংগতি ৰাখি কৰিমগঞ্জতো পালিত হল সেৱা সপ্তাহ । আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপজা দিনত কৰিমগঞ্জৰ বিজেপি মহিলা মৰ্চায় চহৰত চফাই অভিযান চলায় । পথবাট ঝাড়ু দিয়াৰ লগতে চহৰত থকা মনিষিসকলৰ প্ৰতিমুৰ্তি পৰিষ্কাৰ কৰে । এনে কাৰ্য্যত যুব মৰ্চা সহ জিলা কমিটিয়েও সহায় কৰে । পৰবৰ্তিত সকলো বিজেপি কাৰ্যযকৰ্তায় কৰিমগঞ্জ অসামৰিক চিকিত্সালয় আৰু ৰেডক্ৰছ চিকিত্সালয়ত ৰোগীসকলক ফলমুল বিতৰন কৰে । কৰিমগঞ্জ জিলা বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী সীমা নন্দীয়ে কাৰ্য্যক্ৰমৰ বিবৰন জনায় । জ্যেষ্ঠ বিজেপি নেতা মিশন ৰঞ্জন দাশে কয়, প্ৰিয় প্ৰধানমন্ত্ৰী গৰাকিৰ ওপজা দিনত আজি দিনজুৰা কাৰ্য্যক্ৰম ৰখা হৈছে । বৃক্ষ ৰোপননে ধৰি আন আন অনুষ্ঠান পতা হব ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.