- কৰিমগঞ্জত আৰক্ষী আৰু বি এছ এফ বাহিনীৰ যুটীয়া অভিযান
- অসম-বাংলাদেশ সীমান্তৰ জবাইনপুৰত যৌথ অভিযানত জব্দ প্ৰায় 20,000 হাজাৰ য়াবা টেবলেট
- জব্দকৃত টেবলেটখিনিৰ মূল্য প্ৰায় 1 কোটি টকা
- ঘটনা সংক্ৰান্তত আটক কৰা হৈছে এজন লোকক
- সোমবাৰে নিশা গোপন খবৰৰ ভিত্তিত চলোৱা হৈছিল এই অভিযান
- আন দুটা পৃথক অভিযানত চূড়াইবাড়ি অঞ্চলত জব্দ প্ৰায় 927 কিলোগ্ৰাম গাঞ্জা
কৰিমগঞ্জত প্ৰায় 1 কোটি টকাৰ য়াবা টেবলেটসহ আটক এজনক - য়াবা টেবলেটসহ আটক এজনক
কৰিমগঞ্জত জব্দ প্ৰায় 20,000 হাজাৰ য়াবা টেবলেট (Karimganj police seized yaba tablets) ৷ জব্দকৃত টেবলেটখিনিৰ মূল্য প্ৰায় 1 কোটি টকা ৷ ঘটনা সংক্ৰান্তত আটক কৰা হৈছে এজন লোকক ৷

Karimganj police seized yaba tablets