কৰিমগঞ্জ, 2 নৱেম্বৰ : হাৰিয়ানাৰ নিকিতা তোমৰ হত্যাৰ প্ৰতিবাদত সোমবাৰে কৰিমগঞ্জ কপাই তোলে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ কৰ্মী সকলে । কৰিমগঞ্জৰ ভাঙ্গা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্য সকলে । হাতে হাতে প্লেকাৰ্ড লৈ লাভ জেহাদীৰ বিৰুদ্ধে আন্দোলনৰ গঢি তোলে সদস্যসকলে ৷
উল্লেখ্য যে, হাৰিয়ানাৰ নিকিতা তোমৰক ধৰ্ম পৰিবৰ্তন কৰি বিয়া কৰাৰ চেষ্টা চলাইছিল কিন্তু তেওঁলোকৰ সিদ্ধান্ত মানি নোলোৱাৰ বাবে ৰাজপথত গুলিয়াই হত্যা কৰিছিল যুৱতি গৰাকীক ৷
লগতে পঢ়ক : পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হ'ব লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্য