ETV Bharat / state

মুকলি বজাৰত বিক্ৰী অংগনবাড়ী কেন্দ্ৰৰ শিশু খাদ্যঃ গ্ৰেপ্তাৰ চিডিপিওৰ গাড়ী চালক

author img

By

Published : Jun 3, 2019, 9:07 PM IST

কণকণ শিশুৰ বাবে অহা খাদ্য চুৰ কৰি মুকলি বজাৰত বিক্ৰী কৰি থকা অৱস্থাত হাতে লোটে ধৰা পেলাই চিডিপিওৰ গাড়ী চালক তথা আইচিডিএছ কৰ্মচাৰী আতাউৰ ৰহমানক ৷ বিভাগীয় বিষয়া আৰু ঠিকাদাৰৰ সহযোগত এই কেলেংকাৰী দীৰ্ঘদিনৰ পৰা চলি অহাৰ অভিযোগ ৰাইজৰ

পাথাৰকান্দিত অংগনবাড়ী কেন্দ্ৰৰ শিশু খাদ্য বিক্ৰী

কৰিমগঞ্জ, 3 জুনঃ কৰিমগঞ্জৰ পাথাৰকান্দিত মুকলি বজাৰত শিশু খাদ্য বিক্ৰী কৰি গ্ৰেপ্তাৰ চিডিপিঅ গাড়ী চালক ৷ স্থানীয় ৰাইজৰ সহযোগত গ্ৰেপ্তাৰ গাড়ী চালকজন ৷ কৰিমগঞ্জৰ পাথাৰকান্দিত মুকলি বজাৰত উপলদ্ধ অংগনবাড়ী কেন্দ্ৰৰ বাবে অহা শিশুখাদ্য ৷ কণকণ শিশুৰ বাবে অহা খাদ্য চুৰ কৰি মুকলি বজাৰত বিক্ৰী কৰি থকা অৱস্থাত হাতে লোটে ধৰা পেলাই চিডিপিওৰ গাড়ী চালক তথা আইচিডিএছ কৰ্মচাৰী আতাউৰ ৰহমান ৷ বিভাগীয় বিষয়া আৰু ঠিকাদাৰৰ সহযোগত এই কেলেংকাৰী দীৰ্ঘদিনৰ পৰা চলা বুলি অভিযোগ ৰাইজৰ ।
লগতে অংগনবাড়ী কেন্দ্ৰৰ শিশুখাদ্য কম পৰিমাণে বণ্টন কৰি বাকী সামগ্ৰী চুৰিকৈ এনেদৰে বজাৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে ৷ আনহাতে, ঘটনা সন্দৰ্ভত গাড়ী চালকজনৰ ওপৰত শোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Intro:কৰিমগঞ্জৰ পাথাৰকান্দিত শিশুখাদ্য মুকলি বজাৰত বিক্ৰী কৰিবলৈ গৈ গ্ৰেফতাৰ চিডিপিওৰ গাড়ী চালকBody:SLUG.ICDS SCAM.

কনকন ছাত্ৰছাত্ৰীৰ বাবে অহা শিশুখাদ্য এতিয়া বিক্ৰী চলিছে মুকলি বজাৰত।এনেই এক চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে কৰিমগজ্ঞৰ পাথাৰকান্দিত ।চিডিপিওৰ গাড়ী চালকক ইতিমধ্যে শোধপোচৰ বাবে আটক কৰিছে আৰক্ষীয়ে ।
অঙ্গনয়াড়ী কেন্দ্ৰৰ বাবে অহা শিশুখাদ্য চুৰ কৰি মুকলি বজাৰত বিক্ৰি কৰিবলৈ গৈ ৰাইজৰ হাতত আটক চিডিপিওৰ চালকক আৰক্ষীৰ হাতত তুলি দিয়ে।
শিশুখাদ্য সামগ্ৰী বিক্ৰী কৰাৰ সময়ত স্হানীয় ৰাইজে পাথাৰকান্দি ICDS কৰ্মচাৰী আতাউৰ ৰহমানক হাতেলাটে আটক কৰে।
বিভাগীয় বিষয়া আৰু ঠিকাদাৰৰ সহযোগত চলিছে এই কেলেংকাৰী দীৰ্ঘদিনৰ পৰা বুলি অভিযোগ ৰাইজৰ।
অংঙ্গনওয়াড়ী কেন্দ্ৰৰ শিশুখাদ্য কম পৰিমানত বণ্টন কৰি সামগ্ৰী চুৰি কৰি অন্যত্ৰ বিক্ৰী কৰাৰ অভিযোগ পৌহৰলৈ আহিছে যদিও দীৰ্ঘদিনৰ পৰা চলিছে এই কাণ্ড।
ঘটনাস্হলিত উপস্হিত আৰক্ষীৱে অভিযুক্ত আতাউৰ ৰহমানক আটক কৰিবলৈ সক্ষম হৈছে।
বর্তমানে তদন্ত অব্যাহত আছে ।Conclusion:পিছে আৰক্ষীৰ তদন্তত কি হয় এয়াই হব লক্ষণীয়।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.