ETV Bharat / state

ত্ৰিপুৰাত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ - জম্পুই পাহাৰৰ ফুলদংশাই গাঁও

ত্ৰিপুৰা আৰু মিজোৰাম সীমান্তৰ জম্পুই পাহাৰৰ ফুলদংশাই গাঁৱত সীমান্ত বাহিনীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ ৷ অস্ত্ৰ-শস্ত্ৰৰ সৈতে তিনি লোকক গ্ৰেপ্তাৰ কৰে সীমান্ত বাহিনীৰ জোৱানে ৷

Huge arms and ammunitions seized in Tripura
ত্ৰিপুৰাত বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ
author img

By

Published : Sep 30, 2020, 8:27 AM IST

কৰিমগঞ্জ, 30 ছেপ্তেম্বৰ : ত্ৰিপুৰা আৰু মিজোৰাম সীমান্তৰ জম্পুই পাহাৰৰ ফুলদংশাই গাঁৱত সীমান্ত বাহিনীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ ৷ অস্ত্ৰৰ সৈতে তিনি লোকক গ্ৰেপ্তাৰ কৰে সীমান্ত বাহিনীৰ জোৱানে ৷ গোপন সূত্ৰৰ পম খেদি সুৰক্ষা বাহিনীয়ে এই অভিযান চলায় ।

Huge arms and ammunitions seized in Tripura
ত্ৰিপুৰাত বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

অভিযানত 28 টিএকে ছিৰিজেৰ ৰাইফল, 5.56 MM AK-74 ৰাইফল, 894 টা বুলেট আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হয় ।

লগতে পঢ়ক : বানপানী নিবনুৱা সমস্যাতকৈ ভয়াৱহ ইছলামিক আগ্ৰাসন : সত্যৰঞ্জন বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.