ETV Bharat / state

মাদ্ৰাছা বন্ধৰ ঘোষণা সন্দৰ্ভত প্রাক্তন মন্ত্রী চিদ্দিক আহমেদৰ বিষ্ফোৰক মন্তব্য

author img

By

Published : Sep 7, 2020, 5:54 AM IST

ডঃ হিমন্ত বিশ্ব শৰ্মাই সংস্কৃত টোল আৰু মাদ্ৰাছা বন্ধ হ’ব বুলি কৰা ঘোষণাক লৈ প্রাক্তন মন্ত্রী চিদ্দিক আহমেদৰ প্ৰতিক্ৰিয়া ৷ মুচলিম সমাজক লক্ষ্য কৰি মাদ্রাছা আৰু সংস্কৃত টোল বন্ধ কৰাৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি এয়া সংবিধান বিৰোধী আখ্যা আহমেদৰ ।

former minister siddik ahmed comments on madrasa band issue

কৰিমগঞ্জ, 7 ছেপ্টেম্বৰ : শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংস্কৃত টোল আৰু মাদ্ৰাছা বন্ধ হ’ব বুলি কৰা ঘোষণাক লৈ প্রাক্তন মন্ত্রী চিদ্দিক আহমেদৰ বিষ্ফোৰক মন্তব্য। মূলতঃ ইছলামক লক্ষ্য় কৰি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰীজনে । তেওঁ এই সিদ্ধান্তৰ বিৰোধিতা কৰি কয় যে, মাদ্ৰাছাত কেৱল ধৰ্মীয় শিক্ষা প্ৰদান কৰা নহয় ৷ লগতে সাধাৰণ শিক্ষাও দিয়া হয় ।

মাদ্ৰাছা বন্ধৰ সন্দৰ্ভত চিদ্দিক আহমেদৰ বিষ্ফোৰক মন্তব্য

১৯৫১ চনত মাদ্রাছা বোর্ড গঠন কৰা হৈছিল । মুচলিম সমাজক লক্ষ্য কৰি মাদ্রাছা আৰু সংস্কৃত টোল বন্ধ কৰাৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি এয়া সংবিধান বিৰোধী আখ্যা আহমেদৰ । এয়া সংবিধান ধংস কৰাৰ পৰিকল্পনা কৰিছে বুলি মন্তব্য কৰাৰ লগতে উভয় সম্পাদায়ৰ লোকক লৈ এই সিদ্ধান্তৰ বিৰুদ্ধে জনমত গঠন কৰিবলৈ আগবাঢ়ি আহিব বুলি কয় জনায় আহমেদে ৷

লগতে পঢ়ক : ছয় স্বায়ত্বশাসিত পৰিষদে নিয়মীয়াকৈ নাপায় বাজেটৰ পুঁজি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.