ETV Bharat / state

কৰিমগঞ্জ আৰক্ষীৰ জালত পাঁচ দুধৰ্ষ ডকাইত - five dacoit arrest at Karimghanj

ডকাইত বিচাৰি নিলামবাজাৰ আৰক্ষীৰ নেতৃত্বত শিলচৰ চহৰত কাছাৰ আৰু নিলামবজাৰ আৰক্ষীৰ অভিযান ৷ শিলচৰৰ চহৰৰ সৈতে সংলগ্ন শিলডুবি গাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰে পাঁচটাকৈ দূধৰ্ষ ডকাইতক ৷

কৰিমগঞ্জত পাঁচটাকৈ দূধৰ্ষ ডকাইত আটক
author img

By

Published : Nov 8, 2019, 7:44 PM IST

কৰিমগঞ্জ, 8 নৱেম্বৰঃ কৰিমগঞ্জত আটক পাঁচটাকৈ দূধৰ্ষ ডকাইত ৷ ডকাইত বিচাৰি নিলামবাজাৰ আৰক্ষীৰ নেতৃত্বত শিলচৰ চহৰত কাছাৰ আৰু নিলামবজাৰ আৰক্ষীৰ অভিযান ৷ শিলচৰৰ চহৰৰ সৈতে সংলগ্ন শিলডুবি গাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰে আলি আছকৰ, শান্তু দাস, আলতাফ হুছেইন, আব্দুল জলিল, আৰু সাজু মিঞা লস্কৰ নামৰ ডকাইত কেইটাক ৷ ডকাইত কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে চোকা অস্ত্ৰ, মোবাইল ফোনৰ লগতে সোণৰ অলংকাৰ ৷

কৰিমগঞ্জত পাঁচটাকৈ দূধৰ্ষ ডকাইত আটক

উল্লেখ্য যে, কিছুদিন পূৰ্বে কৰিমগঞ্জৰ নিলামবজাৰ থানা এলেকাৰ বাংলাদেশ সীমান্তত সংঘটিত দুটাকৈ ডকাইতি কাণ্ডৰ লগত জড়িত আছিল ডকাইত কেইটা ৷ আৰক্ষীৰ জেৰাত এই কথা স্বীকাৰ কৰে ধৃত ডকাইত কেইটাই ৷

Intro:Body:💥💥💥BREAKING..
ডকাইত বিচাৰি নিলামবাজার আরক্ষীর নেতৃত্ব শিলচৰ চহৰত কাছাৰ আৰু নিলামবাজার আৰক্ষীৰ অভিযান ।
চহৰ সংলগ্ন শিলডুবি গাঁওৰ পৰা আৰক্ষীয়ে আটক কৰিলে কেবাজনো দুধৰ্ষ ডকাইত ।
ধৃত ডকাইত কেইটা হৈছে আলি আছকৰ, শান্তু দাস, আলতাফ হুছেইন, আব্দুল জলিল, আৰু সাজু মিঞা লস্কৰ ।
শান্তু দাসৰ ঘৰ কাটিগড়াৰ ছলিগ্ৰামত ।
বাকী আন সকলৰ ঘৰ শিলডুবি গাঁওত ।
ডকাইত কেইটাৰ পৰা চুকা অস্ত্ৰ, মোবাইল ফোনৰ লগতে জব্দ হৈছে সোনৰ আ অলংকাৰ ।
কিছুদিন পূৰ্বে কৰিমগঞ্জৰ নিলামবজাৰ থানা এলেকাৰ বাংলাদেশের সীমান্তত সংঘটিত দুটি ডকাইতীৰ লগত জৰিত এওঁলোক ।আৰক্ষীৰ জেৰাত কৰিমগঞ্জত সংঘটিত ডকাইতী কান্ডৰ লগত জৰিত বুলি স্বীকাৰ কৰিছে ধৃত ডকাইত কেইটাই ।
আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.