ETV Bharat / state

কৰিমগঞ্জৰ এটি অসাধাৰণ কণমানি

কণমানিটোৰ মুখস্থ বিভিন্ন শিতানৰ কথা

author img

By

Published : Mar 6, 2019, 4:34 AM IST

কৰিমগঞ্জৰ এটি অসাধাৰণ কণমানি

কৰিমগঞ্জ,৫ মাৰ্চঃ কৰিমগঞ্জৰ বৈঠাখাল অঞ্চলৰ এটি অসাধাৰণ শিশু । দ্বিতীয় শ্ৰেণীত অধ্যয়ণৰত এই কণমাণিটোৱে অনায়াসে উত্তৰ দিব পাৰে বিশ্বৰ বিভিন্ন শিতানৰ কথা । শিশুটিৰ নাম স্নেহাল সিনহা । পিতৃ কম্পিউটাৰ শিক্ষক সেৱক সিনহা ।

কৰিমগঞ্জৰ এটি অসাধাৰণ কণমানি

কৰিমগঞ্জৰ আদৰ্শ বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ স্নেহালৰ মুখস্থ পঞ্চম শ্ৰেণীৰ সকলো বিষয়ৰ কিতাপ । ইয়া উপৰিও স্নেহালৰ মুখস্থ গীতাৰ শ্লোক । মুখস্থ দেশৰ সকলো ৰাজ্য আৰু শ্বাসনাধীন দলৰ নাম । চাওক আমাৰ এই বিষেশ প্ৰতিবেদন ।

Intro:দ্বিতীয় শ্ৰেণীৰ অধ্যয়ন কৰা এজন ছাত্ৰ আৰু তেওঁৰ প্ৰতিভা।

Body:নাম স্নেহাল সিনহা।পিতৃ কম্পিউটাৰ শিক্ষক সেৱক সিনহা ।মাতৃ ৰূপালী সিনহা।ঘৰ কৰিমগঞ্জৰ বৈঠাখাল অঞ্চলত।স্নেহাল কৰিমগঞ্জৰ আদৰ্শ বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ।ক্লাছ টু ত অধ্যয়ন কৰা স্নেহালৰ মুখস্থ ক্লাছ 5 ৰ সকলো পাঠ্যবই।এটা বই দুবাৰ চাই মুখস্থ কৰিব পাৰে তেওঁ।তেওঁৰ মাতৃ ৰূপালী যেতিয়া ডিএলইডিৰ বই অধ্যয়ন কৰিছিল তেতিয়াও স্নেহালে মাতৃক সাহায্য আগবঢ়াই।স্নেহালৰ মুখস্থ গীতা । দেশৰ সকলো ৰাজ্যে আৰু শ্বাসনাধীন দলৰ নাম তেওঁৰ মুখস্থ।চাওক স্নেহালৰ প্ৰতিভা তেওঁৰ মুখেৰে।

Conclusion:স্নেহালৰ দৰে ছাত্ৰ ছাত্ৰ আন আন ছাত্ৰৰ বাবে এক আদর্শ এয়া কব লাগিব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.