ETV Bharat / state

কৰিমগঞ্জত বন্য হস্তীৰ আক্ৰমণত নিহত এগৰাকী

author img

By

Published : Dec 11, 2020, 4:12 PM IST

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাট ৷ দিনক দিনে ৰাজ্যত বন্য হস্তীৰ সংঘাট বৃদ্ধি পাৱলৈ ধৰিছে ৷ বনাঞ্চল সংকোচনৰ ফলতে জনাঞ্চলৈ ওলাই আহি বন্যস্তীয়ে উপদ্ৰৱৰ সূষ্টি কৰা পৰিলক্ষিত হৈছে ৷ বৃহস্পতিবাৰে কৰিমগঞ্জত প্ৰতিদিনৰ দৰে কামলৈ ওলাই যোৱাৰ সময়তে বন্য হস্তীৰ আক্ৰমণত ৰাজু চাহা নামৰ ব্যক্তি জনৰ মৃত্যু হয় ৷

কৰিমগঞ্জত বন্য হস্তীৰ আক্ৰমণত নিহত এগৰাকী
কৰিমগঞ্জত বন্য হস্তীৰ আক্ৰমণত নিহত এগৰাকী

কৰিমগঞ্জ,11 ডিচেম্বৰ : ৰাজ্যত পুনৰ বন্য হস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এগৰাকী ব্যক্তিৰ ৷ কৰিমগঞ্জৰ পাথাৰকান্দিত সংঘটিত হৈছে এই ঘটনা ৷ পাথাৰকান্দিৰ পুতিনি চাহ বাগিচাৰ নেহেৰু ক্লাৱৰ সন্মুখত বন্য হস্তীৰ আক্ৰমণত প্ৰাণ যোৱা ব্যক্তি গৰাকীৰ নাম ৰাজু সাহা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷

উল্লেখযোগ্য যে, পাথাৰকান্দি অঞ্চলটোত ৰ্দীঘ দিনৰ পৰাই বন্য হস্তীয়ে উপদ্ৰব চলাই আহিছে ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি হাতীৰ জাকটোৱে খেতি পথাৰ তহিলং কৰাত ৰাইজ আতংকিত হৈ পৰিছে ৷ প্ৰতিদিনৰ দৰে বৃহস্পতিবাৰে কাম বাবে ঘৰৰ পৰা ওলাই যোৱাৰ সময়তে অৰ্তকিতে আক্ৰমণ কৰে ৰাজু চাহা নামৰ ব্যক্তি জনক ৷ ইপিনে গুৰুত্বৰ ভাবে আহত হোৱা ৰাজু চাহাক পাথাৰকান্দি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে মৃত্যু হয় ৷ সম্প্ৰতি সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত আতংকৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়কঃ CAA বিৰোধিতাৰে পুনৰ হুংকাৰ অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.