ETV Bharat / state

দেহৰক্ষীবিহীন এগৰাকী বিধায়ক !

author img

By

Published : Apr 19, 2019, 1:03 PM IST

ৰিগিঙৰ অভিযোগ উত্থাপন হোৱা কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খানৰ দেহৰক্ষী প্ৰত্যাহাৰ কৰিলে কৰিমগঞ্জ জিলা আৰক্ষী অধীক্ষকে ৷

আজিজ আহমেদ খানৰ দেহৰক্ষী প্ৰত্যাহাৰ

কৰিমগঞ্জ, 19 এপ্ৰিল : যিটো সময়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰতিগৰাকী প্ৰাৰ্থীয়ে লাভ কৰিছে দেহৰক্ষীবাহিনী ৷ ঠিক তেনে সময়তে দেহৰক্ষীবিহীনভাৱে ঘূৰি ফুৰিবলগীয়া হৈছে এগৰাকী বিধায়ক ৷ কিয়নো তেওঁৰ বিৰুদ্ধে উত্থাপন হৈছে ৰিগিঙৰ অভিযোগ ৷ দক্ষিণ কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খানৰ বিৰুদ্ধে ৰিগিঙৰ অভিযোগ উত্থাপন হোৱাত নিৰ্বাচন আয়োগে সাময়িকভাৱে প্ৰত্যাহাৰ কৰিলে বিধায়কগৰাকীৰ দেহৰক্ষী ৷

আজিজ আহমেদ খানৰ দেহৰক্ষী প্ৰত্যাহাৰ`

দক্ষিণ কৰিমগঞ্জৰ 153 আৰু 152 নং ভোট গ্ৰহণ কেন্দ্ৰত এ.আই.ইউ.ডি.এফৰ বিধায়কগৰাকীৰ দেহৰক্ষীয়ে নিৰ্বাচন আয়োগে দিয়া ভোটাৰ পত্ৰ (slip) বিতৰণ কৰি একাংশ ভোটাৰক প্ৰভাম্বিত কৰিবলৈ চেষ্টা কৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল ৷ এই ঘটনাক কেন্দ্ৰ কৰি ভোটগ্ৰহণ কেন্দ্ৰ দুটাত উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হৈছিল ৷

Intro:Body:NaScript
কেমেৰা দেখি কিয় খং কৰিল এগৰাকী বিধায়কে। এই বিধায়ক জনৰ নাম হৈছে আজিজ আহমেদ খান তেও দক্ষিণ কৰিমগজ্ঞৰ এআইডিএফ দলৰ বিধায়ক বুলি তেওৰ পৰিচয়। এই বিধায়ক জনৰ কৰ্মকান্ড শুনিব লৈ গলে আচৰিত হব আজিৰ দিনত তেও হৈছে এজন দেহৰক্ষী বিহীন বিধায়ক কিয়নো তেওৰ কৰ্মকান্ডৰ বাবে আৰক্ষী অধীক্ষকে তেওৰ তিনিজন দেহৰক্ষীক ক্লোজ কৰিবলৈ বাধ্য হৈছে। তেওৰ বিৰুদ্বে অভিযোগ দক্ষিণ কৰিমগঞ্জৰ 153 আৰু 152 নম্বৰ ভোট গ্ৰহন কেন্দ্ৰত AIUDF বিধায়কৰ দেহৰক্ষীয়ে নিৰ্বাচন কমিশনে দিয়া ভোটাৰ স্লিপ' (slip) বিতৰন কৰি ভোট দিৱাত বাধ্য কৰিছিল বুলি অভিযোগ উত্তাপিত হৈছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি। আৰু ইয়াৰ বাবে বহু সময় কেন্দ্ৰ দুটাত বন্ধ আছিল ভোটদান প্ৰক্ৰিয়া। নির্বাচনীক বিষয়ায় ক্লোজ কৰে দুখন পুলিং ষ্টেশনৰ পোলিম অপিচাৰ আৰু প্রিচাইডিং অফিচৰক। তাৰ পিছতেই উত্তপ্ত হৈ পৰে ভোট কেন্দ্ৰ।
Byte SP Karimganj.
Byte AIUDF local Leader.
আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ Conclusion:Na
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.