ETV Bharat / state

অসম- ত্ৰিপুৰা সীমান্তত 80 লাখ টকাৰ ড্ৰাগছসহ আটক এজন সৰবৰাহকাৰীক - অসম- ত্ৰিপুৰা সীমান্ত

গোপন সূত্ৰৰ পম খেদি অসম- ত্ৰিপুৰা সীমান্তত আৰক্ষীয়ে 80 লাখ টকাৰ ড্ৰাগছসহ আটক এজন সৰবৰাহকাৰীক ৷ অধিক তথ্যৰ বাবে আৰক্ষীৰ জেৰা অব্যাহত ধৃত সৰবৰাহকাৰীক ৷

ETV BHARAT
অসম- ত্ৰিপুৰা সীমান্তত 80 লাখ টকাৰ ড্ৰাগছ সহ আটক এজন সৰবৰাহকাৰীক
author img

By

Published : Nov 26, 2019, 5:01 PM IST

কৰিমগঞ্জ, 26 নৱেম্বৰঃ কৰিমগঞ্জৰ আচিমগঞ্জত ত্ৰিপুৰা আৰক্ষীয়ে বৃহৎপৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰে ৷ ধৃত সৰবৰাহকাৰীৰ জনৰ নাম চুফীয়ান আহমেদ ৷

অসম- ত্ৰিপুৰা সীমান্তত 80 লাখ টকাৰ ড্ৰাগছ সহ আটক এজন সৰবৰাহকাৰীক

কৰিমগঞ্জ জিলাৰ আচিমগঞ্জ এলেকাৰ পৰা চুফীয়ান আহমেদ নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ত্ৰিপুৰা আৰক্ষীয়ে। এক গোপন সূত্ৰৰ পম খেদি অসম-ত্ৰিপুৰা সীমান্তৰ চূড়াইবাৰীৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত সৰবৰাহকাৰী জনৰ পৰা আৰক্ষীয়ে 10 হেজাৰ নিচা জাতীয় ইয়াবা টেবলেটৰ লগতে 30 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি,আছিমগঞ্জৰ পৰা গোবিন্দপুৰলৈ আহি থকা অৱস্থাত এখন অটোৰ গাড়ীৰ পৰা ড্ৰাগছসহ চুফীয়ানক আটক কৰিবলৈ সক্ষম হয়। জব্দ হোৱা ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় 80 লাখ টকা বুলি আৰক্ষীয়ে অনুমান কৰিছে। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে ধৃত চুফীয়াক শোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে চাওকঃকংগ্ৰেছৰ সংবিধান প্ৰণয়নত ভূমিকা আছে, বিজেপিয়ে কেৱল সংবিধান ভংগ কৰিব বিচাৰে !!

Intro:অসম ত্ৰিপুৰা সীমান্তত জব্দ 80 লাখ টকাৰ ড্ৰাগছBody:SLUG.HUGE DRUGS SEIZED POLICE.

বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ কৰিমগঞ্জ জিলাৰ আচিমগঞ্জ এলেকাৰ এগৰাকী ড্ৰাগছ মাফিয়াক আটক কৰে ত্ৰিপুৰা আৰক্ষীয়ে।অসমৰ পৰা ত্ৰিপুৰা পাচাৰৰ সময়তে গোপন সূত্ৰৰ ভিত্তিত অসম -ত্ৰিপুৰা সীমান্তৰ ত্ৰিপুৰা চূড়াইবাৰী আৰক্ষীয়ে 10 হেজাৰ নিচা জাতীয় ইয়াবা টেবলেটৰ লগতে 30 গ্ৰাম ব্ৰাউন চুগাৰ সহ আছিমগঞ্জ এলেকাৰ চুফীয়ান আহমেদ নামৰ ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰে এখন যাত্ৰীবাহী অটোৰ পৰা।আৰক্ষীয়ে জনোৱা অনুসৰি আছিমগঞ্জৰ পৰা এখন গাড়ীৰে ত্ৰিপুৰাৰ কদমতলা পৰ্যন্ত আহে চুফীয়ান পিছে আকৌ এখন অটো ভাড়া কৰি ধৰ্মনগৰৰ উদ্দেশ্য যাত্ৰা আৰম্ভ কৰে আৰু গোবিন্দপুৰ এলেকাত অহাৰ পাছত ইয়াত থিয় হৈ থকা ত্ৰিপুৰা আৰক্ষীৰ দলটোৱে ড্ৰাগছ সহ চুফীয়ানক গ্ৰেপ্তাৰ কৰে।বৰ্তমান তেওঁক শোধপোচ চলাইয়াছে ত্ৰিপুৰাৰ চূড়াইবাৰী আৰক্ষীয়ে।জব্দ হোৱা ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় 80 লাখ টকা বুলি আৰক্ষীয়ে নিশ্চিত কৰে।

ৱাইট উত্তৰ ত্ৰিপুৰা জিলাৰ আৰক্ষী অধীক্ষক ভানুপদ চক্ৰৱৰ্তীConclusion:যুৱকজনৰ সৈতে আৰু বহু বাঘা বাঘা ব্যক্তি জড়িত থকাৰ সম্ভাৱনা আছে যদিও সকলো আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.