ETV Bharat / state

পুখুৰীত গা ধুবলৈ গৈ কিশোৰৰ মৃত্যু

author img

By

Published : Jul 11, 2022, 10:20 PM IST

পুখুৰীত গা ধুবলৈ গৈ নিৰুদ্দেশ হৈছিল কিশোৰটি ৷ সাতুৰিব নজনাকৈ পুখুৰীত গা ধুবলৈ গৈ পিছলি পৰাত অকাল মৃত্যুক আকোঁৱালি লয় কিশোৰটিয়ে ৷ কৰিমগঞ্জৰ এছ ডি আৰ এফৰ দল ঘটনাস্থলীত আহি উদ্ধাৰ কৰে কিশোৰটিৰ মৃতদেহ ৷

Drowned dead a boy at karimganj
পানীত গা ধুবলৈ গৈ কিশোৰৰ মৃত্যু

কৰিমগঞ্জ, 11 জুলাই : কৰিমগঞ্জৰ সুবাস নগৰত সোমবাৰে উদ্ধাৰ হয় এটা কিশোৰৰ মৃতদেহ(Boy Death in karimganj) । উদ্ধাৰ হোৱা যুৱকজন বিজয় দত্ত(17) বুলি জানিব পৰা হৈছে । পুখুৰীত গা ধুবলৈ গৈ নিৰুদ্দেশ হৈছিল কিশোৰটি ৷ স্থানীয় লোকে কিশোৰটোক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিও ব্যৰ্থ হোৱাত কৰিমগঞ্জৰ এছ ডি আৰ এফ বাহিনীক খবৰ দিয়ে ৷

এছ ডি আৰ এফৰ দল ঘটনাস্থলীত আহি ডুবাৰুৰ সহায় অভিযান চলাই কিশোৰটিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ যুৱকজনৰ অকাল মৃত্যুক লৈ সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷ কিশোৰটিয়ে প্ৰচণ্ড গৰমৰ বাবে পুখুৰীত গা ধুবলৈ গৈছিল । কিন্তু তেওঁ পানী থকা স্থানত পৰাত সাতুৰিব নজনাত অকাল মৃত্যুক আকোঁৱালি লয় ৷

লগতে পঢ়ক : মহানগৰীত পিতৃয়ে হত্যা কৰিলে পুত্ৰক: ভাড়াঘৰৰ পৰা উদ্ধাৰ আন এটা মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.