ETV Bharat / state

DGP visit Indo Bangla border: সীমান্তৰ লোকসকলক অপৰাধ ৰোধত হাত উজান দিবলৈ আহ্বান ডিজিপিৰ

author img

By

Published : Jul 27, 2022, 9:08 PM IST

কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্তৰ কুশিয়াৰা নদীৰ 3.5 কিলোমিটাৰ বেষ্টনীবিহীন অঞ্চল পৰিদৰ্শন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ (Assam police DGP visits Indo Bangla border) ৷ সীমান্ত সুৰক্ষা বাহিনীৰ সাত নং বেটেলিয়নৰ মুখ্য কাৰ্যালয় মাইজডিহিত এখন সভাতো মিলিত হয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকী ৷

dgp-bhaskar-jyoti-mahanta-visit-indo-bangla-border-at-karimganj
কৰিমগঞ্জৰ ভাৰত বাংলা সীমান্ত পৰিদৰ্শন

কৰিমগঞ্জ, 27 জুলাই : আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই (DGP Bhaskar Jyoti Mahanta) বুধবাৰে কৰিমগঞ্জ জিলাৰ ভাৰত বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰে(DGP Bhaskar Jyoti Mahanta visit Indo Bangla border) । কৰিমগঞ্জত উপস্থিত হৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে প্ৰথমে কৰিমগঞ্জ চহৰৰ উন্মুক্ত নদী সীমান্ত পৰিদৰ্শন কৰে ।

DGP Bhaskar Jyoti Mahanta visit Indo Bangla border at Karimganj
কৰিমগঞ্জৰ ভাৰত বাংলা সীমান্ত পৰিদৰ্শন

সীমান্ত সুৰক্ষাৰ বাহিনীৰ সাত নং বেটেলিয়নৰ ষ্টিমাৰঘাট সীমান্ত পহৰা চকীত উপস্থিত হৈ বিএছএফৰ স্পীড ব’টেৰে কুশিয়াৰা নৈৰ চাৰে তিনি কিলোমিটাৰ উন্মুক্ত অংশ পৰিদৰ্শন কৰি জাৰাপাতালৈ যায় আৰক্ষী সঞ্চালক প্ৰধানগৰাকী । জাৰাপাতাত আৰক্ষীৰ ছেকেণ্ড লাইন ডিফেন্স প’ষ্টত উপস্থিত হৈ পৰিদৰ্শন কৰাৰ লগতে পৰিস্থিতি বুজ লয় সঞ্চালক প্ৰধানগৰাকীয়ে ৷

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত

ইয়াৰ পাছত তেওঁ লাফাশাইলত কাঁইটীয়া তাঁৰৰ বেৰাৰ বাহিৰৰ গাঁৱত উপস্থিত হৈ সীমান্ত এলেকাৰ লগতে গাঁৱৰ পৰিস্থিতিৰ বুজ লয় (DGP in Border visit) ৷ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই উক্ত স্থান পৰিদৰ্শন কৰি উভতি আহি সীমান্ত সুৰক্ষা বাহিনীৰ সাত নং বেটেলিয়নৰ মুখ্য কাৰ্যালয় মাইজডিহিত এখন সভাত মিলিত হয় ৷

লগতে পঢ়ক : Jihadi linkman arrested: বঙাইগাঁৱত জেহাদীৰ লিংকমেন গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.