ETV Bharat / state

কৰিমগঞ্জৰ দোহালিয়াত ভয়াৱহ পথ দুৰ্ঘটনা - কৰিমগঞ্জত পথ দুৰ্ঘটনা

কৰিমগঞ্জৰ  দোহালিয়াত  সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা ৷ গুৰুতৰ ভাৱে আহত হয়  অভিজিত দাস নামৰ এজন 6 বছৰীয়া শিশু ৷

কৰিমগঞ্জৰ দোহালিয়াত ভয়াবহ পথ দুৰ্ঘটনা
author img

By

Published : Nov 16, 2019, 7:34 PM IST

কৰিমগঞ্জ , 16 নৱেম্বৰ : কৰিমগঞ্জৰ দোহালিয়াত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা৷ দ্ৰুত গতিত থকা এখন মালবাহী মেজিক বাহনে আহি খুন্দা মাৰে 6 বছৰীয়া শিশুটোক৷ "দোহালিয়া কোৰক বিকাশ বিদ্যালয়" নামৰ বেচৰকাৰী স্কুলৰ ছাত্ৰ অভিজিত দাস ৷ নিজ মাতৃৰ লগত অ'টোৰ পৰা ঘৰৰ সম্মুখত নমাৰ সময়তে দ্ৰুত গতিত থকা মেজিক খনে খুন্দা মৰাৰ ফলত 6 বছৰীয়া শিশুটো গাড়ীৰ তলত সোমাই গুৰুত্বৰ ভাৱে আহত হয় ৷ ঘটনাৰ পিছত স্থানীয় ৰাইজ উত্তেজিত হৈ আছিমগঞ্জ -ঈশানছৰা পথ অৱৰোধ কৰে৷ ঘটনাস্থলীত উপস্থিত হয় পাথাৰকান্দি আৰক্ষী আৰু পাথাৰকান্দিৰ চক্ৰ বিষয়া এল খিংতে । আৰক্ষীয়ে ইতিমধ্যে TR.02 1876 নম্বৰৰ চালক মইনুল ইছলামক গ্ৰেপ্তাৰ কৰিছে ৷ গুৰুতৰভাৱে আহত হোৱা অভিজিৎক কৰিমগঞ্জ অসামৰিক হাস্পতাললৈ নিয়া হৈছিল যদিও অৱস্থা অধিক সংকটজনক হোৱা বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ৷

কৰিমগঞ্জৰ দোহালিয়াত ভয়াবহ পথ দুৰ্ঘটনা

আৰু পঢ়ক : ৰহাত পথ দুৰ্ঘটনা: এটি শিশুসহ ৬ জন আহত

Intro:Body:SLUG. DANGEROUS ACCIDENT.

এক ভয়াবহ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে কৰিমগঞ্জৰ দোহালিয়া এলেকাত।ঘটনা অনুসৰি দোহালিয়া কোৰক বিকাশ বিদ্যালয় নামৰ এখন বেচৰকাৰী স্কুলৰ ছাত্ৰ অভিজিত দাস (৬) তেওঁৰ মাতৃৰ লগত অটোৰ পৰা ঘৰৰ সম্মুখত নমাৰ সময়ত এখন দ্ৰুত গতিত থকা সবজি বোজাই ম্যাজিক ট্ৰাক আহি খুন্দা মাৰে ফলত 6 বছৰীয়া ছাত্ৰজন গাড়ীৰ তলত সোমাই পৰে আৰু গুৰুতৰ জখম হয়।ঘটনাৰ পিছত উত্তেজিত ৰাইজে আছিমগঞ্জ -ঈশানছৰা পথ অৱৰোধ কৰে।পিছে ঘটনাস্থলীত আহি উপস্থিত হয় পাথাৰকান্দিৰ চক্ৰ অধিকাৰিক এল খিংতে আৰু পাথাৰকান্দি আৰক্ষী।আৰক্ষীয়ে ইতিমধ্যে ঘাতক TR.02 1876 নম্বৰৰ চালক মইনুল ইছলামক গ্ৰেপ্তাৰ কৰিছে।আৰু গুৰুতৰ আহত হোৱা ছাত্ৰজনক উন্নত চিকিৎসাৰ বাবে কৰিমগঞ্জ অসামৰিক হাস্পাতালৈ প্ৰেৰণ কৰা হৈছিল যদিও অৱস্থা অধিক সংকটজনক থকাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.