ETV Bharat / state

কৰিমগঞ্জত সংঘটিত হ'ল দুটাকৈ পথ দুৰ্ঘটনা - আনটো দুৰ্ঘটনা সংঘটিত হয় মখইভাঙ্গা দলঙত

দেওবাৰে কৰিমগঞ্জত সংঘটিত হ'ল দুটাকৈ পথ দুৰ্ঘটনা ৷ বদৰপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে মখইভাঙ্গা দলঙত সংঘটিত হোৱা দুৰ্ঘটনাত দুটাত আহত হয় 7জনকৈ লোক

কৰিমগঞ্জত সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা
author img

By

Published : Sep 9, 2019, 7:34 AM IST

Updated : Sep 9, 2019, 7:39 AM IST

বদৰপুৰ,9 ছেপ্টেম্বৰ :

  • কৰিমগঞ্জত সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা
  • প্ৰথম দুৰ্ঘটনাটো সংঘটিত হয় বদৰপুৰ ৰাষ্ট্ৰীয় ঘাইপথত
  • দুৰ্ঘটনাটোত আহত হয় চাৰিজনকৈ লোক
  • এখন চাৰিচকীয়া বাহনৰ খুন্দাত আহত হয় আটাইকেইজন লোক
  • আহত লোককেইজনক কৰিমগঞ্জ হাস্পতলত ভৰ্তি কৰা হয়
  • আনটো দুৰ্ঘটনা সংঘটিত হয় মখইভাঙ্গা দলঙত
  • এখন বাইকে ঠেলাত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো
  • দুৰ্ঘটনাটোত বাইকত অহা দুজন লোকৰ এজন পানীত পৰি যায়
  • ঠেলা চালকজনৰ লগতে বাইক আৰোহীজন গুৰুতৰ ভাৱে আহত হয়
  • আহত লোক দুজনক শ্ৰীগৌৰি হাস্পতলত ভৰ্তি কৰা হয়
  • বৰ্তমান আহত লোককেইজনৰ অৱস্থা সংকটজনক

Intro: SLUG-ROAD ACCIDENT

বদৰপুৰ ঘাইপথৰ ভাঙ্গা এলাকাত দুটা কৈ সড়ক দুৰ্ঘটনা সংঘটিত হৈছে । গুৰুতৰ ভাৱে জখম চাৰি জন ।এজনৰ অবস্থা আশঙ্কাজনক । জানিব পৰা মতে প্ৰথমতে ৰাষ্ট্ৰীয় ঘাইপথৰ চৰগোলাত যাত্ৰীবাহী ট্ৰেভেলাৰ্চ খোন্দাত এজন যাত্ৰীৰ গুৰুতৰ ভাৱে জখম যাত্ৰীক ৰাইজৰ সহায়তাত কৰিমগঞ্জ হাসপাতালত পঠিয়ালে।
আনফালে কৰিমগঞ্জৰ পৰা এখন বাইক শিলচৰ যোয়াৰ সময়ত মখইভাঙ্গা দলংৰ উপৰত এখন ঠেলাগাড়ী লগত খোন্দা মাৰি ভয়ংকৰ সড়ক দুৰ্ঘটনা সংঘটিত হৈছে ।ৱাইক আৰোহী দুজনৰ মাজত এজন দলংৰ তলত পানীত পৰিল আনজন আৰু ঠেলাগাড়ী চালকৰ এখন ভৰি ভাগি গল পাছত ৰাইজৰ সহায়তাত পানীৰ পৰা আন জনক তুলি তিনি জনক শ্ৰীগৌৰি হাসপাতালত প্ৰেৰণ কৰিছে । হাসপাতালত পৰা জনালে তিনি জনৰ অৱস্থা সংকটজনক । ঠেলাগাড়ী আৰু বাইক ভাগি টুকুৰা হৈ গল । দৰিদ্ৰ ঠেলাগাড়ী চালক কান্দিগ্ৰামৰ ভুপেশ দাস, বাইক চালক কৰিমগঞ্জৰ গোবিন্দ ৰায় , সন্তোষ ৰায়।

স্বপ্নজিৎ নাথ ৱদৰপুৰ ই টিভি ভাৰতৰ অসম
Body:বদৰপুৰ: - ছয় নং ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া দুটা কৈ সড়ক দুৰ্ঘটনাত গুৰুতৰ আহত চাৰি গৰাকী । Conclusion:বদৰপুৰ পৰা স্বপ্নজিৎ নাথৰ ৰিপোৰ্টে আগতে
Last Updated : Sep 9, 2019, 7:39 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.