ETV Bharat / state

ধোৱাচাঙত পাথাৰকান্দি চিকিৎসালয়ত সামাজিক দূৰত্ব

author img

By

Published : Apr 23, 2021, 9:17 AM IST

কৰ’ণাৰ সংক্ৰমণৰ মাজতে ভয়ংকৰ দৃশ্য কৰিমগঞ্জত ৷ চিকিৎসালয়ত কৰ’ণাৰ টিকাকৰণ কৰিবলৈ আহি ৰাইজে ভংগ কৰিছে সামাজিক দূৰত্ব ৷

ধোৱাচাঙত পাথাৰকান্দি চিকিৎসালয়ত সামাজিক দুৰত্ব

কৰিমগঞ্জ, 23 এপ্ৰিল : অসমত ভয়াৱহ হাৰে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা । একেদৰে কৰিমগঞ্জ জিলাতো বৃদ্ধি হ’বলৈ ধৰিছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ পাথাৰকান্দি চহৰৰ মাজমজিয়াত থকা পাথাৰকান্দি হাস্পতালৰ ভয়ানক দৃশ্যই ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

চিকিৎসালয়ত কৰ’ণাৰ টিকাকৰণ কৰিবলৈ আহি একাংশ ৰাইজে ভংগ কৰিছে সামাজিক দূৰত্বৰ নিয়ম ৷ বৃহস্পতিবাৰে ৰাতিপুৱাৰে পৰা টিকাকৰণৰ বাবে শাৰী পতা লোকসকলক সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বাবে আৰক্ষী মোতায়েন কৰা হৈছে যদিও নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি ৷ যাৰ ফলত অসাৰ হৈ পৰিছে চৰকাৰে বান্ধি দিয়া ক’ভিড নীতি ৷

লগতে পঢ়ক : কৰ’ণা প্ৰতিষেধক ল’বলৈ বাক্সাত ৰাইজৰ হেতা-ওপৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.