কৰিমগঞ্জ,30 ছেপ্তেম্বৰঃ বিজেপি চৰকাৰৰ কৃষক বিৰোধী আইনৰ বিৰোধিতাৰে সমগ্ৰ দেশজুৰি কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত কৰিছে। ত্ৰিপুৰাৰ ভিন্ন প্ৰান্তৰ লগতে উদয়পুৰ জিলাৰ চন্দ্ৰপুৰৰ মুকালমুৱাতো বিজেপিৰ জনবিৰোধী নীতি,দুৰ্নীতি,অনিয়ম আদিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদী সমদল উলিয়াই দলটোৰ চন্দ্ৰপুৰ আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাই । বেনাৰ্জী স্মৃতি ভৱনৰ সন্মুখত প্ৰতিবাদত বহা প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ।

লগতে পঢ়কঃ এজেপিয়ে অধিক ক্ষতিগ্ৰস্ত কৰিব বিজেপিক : ডাঃ নজৰুল ইছলাম