ETV Bharat / state

কৰিমগঞ্জত কংগ্ৰেছ প্ৰাৰ্থী স্বৰূপ দাসৰ বিৰুদ্ধে দলীয় অন্তঃকন্দলৰ অভিযোগ - Swarup Das

দাসৰ বিকল্প প্ৰাৰ্থীৰ দাবী উত্থাপন

কৰিমগঞ্জত কংগ্ৰেছ প্ৰাৰ্থী স্বৰূপ দাসৰ বিৰুদ্ধে দলীয় অন্তৰ্কন্দল
author img

By

Published : Mar 19, 2019, 10:52 PM IST

কৰিমগঞ্জ,19 মাৰ্চঃ কৰিমগঞ্জত লোক সভা নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে স্বৰূপ দাসক ঘোষণা কৰাৰ লগে লগে একাংশ কংগ্ৰেছ দলীয় কৰ্মীৰ মাজত সৃষ্টি হৈছে অন্তকন্দল ৷ টিকত প্ৰত্যাশী সকলে সংবাদ মাধ্যমযোগেস্বৰুপ দাসৰ অনুসুচিত জাতিৰ প্ৰমাণ পত্ৰ ভুৱা বুলি দাবী কৰাৰ লগতে বিকল্প প্ৰাৰ্থীক টিকট দিয়াৰ দাবী কৰে কৰিমগঞ্জ জিলা কংগ্ৰেছৰ নেতৃবৃন্দই ৷

কৰিমগঞ্জত কংগ্ৰেছ প্ৰাৰ্থী স্বৰূপ দাসৰ বিৰুদ্ধে দলীয় অন্তৰ্কন্দল

উল্লেখ্য যে কৰিমগঞ্জ জিলা কংগ্ৰেছ দলেকিছুদিন পূৰ্বে প্ৰাৰ্থী বিচাৰী আবেদন জনাইছিল | সেই আবেদনৰ ভিত্তিত 10জন প্ৰাৰ্থীয়ে আবেদন কৰিছিল ৷ কিন্তু 50হেজাৰকৈ টকা ঘোষ দি টিকট লোৱা বুলি অভিযোগ তোলে স্বৰুপ দাসৰ বিৰুদ্ধে একাংশ দলীয় নেতৃত্বই| টিকট বঞ্চিত জিলা সভাপতি সতু ৰয়ে ICC ৰ সাধাৰণ সম্পাদক হৰিচ ৰাৱাটৰ নিকট স্বৰুপ দাসৰ কাস্ট চাৰ্টিফিকেট লৈ সন্দেহ প্ৰকাশ কৰি পত্ৰ প্ৰেৰণ কৰিছিল | 10জন প্ৰাৰ্থীৰ মাজত স্বৰূপ দাসৰ বিতৰ্ক থকাৰ পাছতো কংগ্ৰেছে কোন উদ্দেশ্য লৈ তেঁওক প্ৰাৰ্থীত্ব প্ৰদান কৰিলে সেই লৈ ক্ষুব্ধ হৈ পৰিছে জিলা কংগ্ৰেছ দলৰ সদস্য সকলৰ মাজত| ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত দাবী যে দাসৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লৈ সমষ্টিতোট যাতে বিৰল্প ST প্ৰাৰ্থী ঘোষণা কৰে কৰিমগঞ্জৰ কংগ্ৰেছ নেতৃবৃন্দই৷

Intro:কৰিমগঞ্জ কংগ্ৰেছত অন্তকন্দলBody:SLUG:-CONGRESS COLLECTED MONEY FROM TCKET SEEKERS, KARIMGANJ

কৰিমগঞ্জ লোকসভা আচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী ঘোচনাৰ লগে লগে কৰিমগঞ্জ কংগ্ৰেছত আৰম্ভ হল অৰ্ন্তৰকোন্দল | জিলা সভাপতিৰ পৰা আৰম্ভ কৰি দলীয় টিকট প্ৰত্যাশী সকলে স্বৰুপ দাসৰ বিৰোধীতা কৰিলে | তেঁওলোকে মুকলি কৰি স্বৰুপ দাসৰ কাস্ট চাৰ্টিফিকেট লৈ সন্দেহ প্ৰকাশ কৰিলে | টিকট বঞ্চিত সকলে এক সংবাদ মেল পাতি স্বৰুপ দাসৰ কাস্ট চাৰ্টিফিকেট ভুয়া বুলি দাবী কৰিলে | কংগ্ৰেছৰ এক প্ৰাৰ্থী প্ৰত্যাশী নবদ্বীপ দাসে অভিযোগ কৰি কয় স্বৰুপ দাস তফশিল সম্প্ৰদায় ভুক্ত নহয় | তেঁওলোকে ৰাহুল গান্ধী আৰু হৰিচ ৰাৱাটৰ নিকট আবেদন জনাই প্ৰাৰ্থী প্ৰত্যাশী ১০ জনৰ মাজত আন কোন এজনক প্ৰাৰ্থীত্ব দিয়াৰ দাবী জনাইছে | অকল এৱাই নহয় খোদ জিলা সভাপতি সতু ৰয়ে ICC ৰ সাধাৰণ সম্পাদক হৰিচ ৰাৱাটৰ নিকট স্বৰুপ দাসৰ কাস্ট চাৰ্টিফিকেট লৈ সন্দেহ প্ৰকাশ কৰি পত্ৰ প্ৰেৰণ কৰিছিল | উল্লেখ্য কৰিমগঞ্জ জিলা কংগ্ৰেছে কিছুদিন পূৰ্বে প্ৰাৰ্থী বিচাৰী আবেদন জনাইছিল | সেই আবেদনৰ ভিত্তিত ১০ জন প্ৰাৰ্থীয়ে আবেদন কৰিছিল | জিলা কংগ্ৰেছে প্ৰতিজন প্ৰাৰ্থীৰ পৰা ফেৰত বিহীন ৫০ হেজাৰকৈ টকা আদায় লৈছিল | সেই ১০জন প্ৰাৰ্থীৰ মাজত স্বৰূপ দাস লৈ বিতৰ্ক থকাৰ পাছত ও কংগ্ৰেছে কোন উদ্দেশ্য লৈ তেঁওক প্ৰাৰ্থীত্ব প্ৰদান কৰিলে এৱা লৈ জিলা জুৰি আৰম্ভ হৈছে জোৰ চৰ্চা |

বাইট:- জিলা সভাপতি, আৰু প্ৰাৰ্থী প্ৰত্যাশী Conclusion:এইবাৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতৃত্বই কি ব্যৱস্থা লয় এয়া হব লক্ষ্যণীয়
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.