ETV Bharat / state

কৰিমগঞ্জত বাল্য বিবাহৰ পৰা নিজকে ৰক্ষা নাবালিকাৰ

author img

By

Published : Jun 10, 2019, 11:48 AM IST

ঘৰৰ পৰা পলায়ন কৰি কিশোৰী গৰাকীয়ে এটা নিশা বদৰপুৰ ৰেল ষ্টেচন আৰু আনটো নিশা নিলামবজাৰ ৰেল ষ্টেচনত অতিবাহিত কৰি দেওবাৰে দিনত নিলামবজাৰ আৰক্ষী থানাত উপস্থিত হয় ৷

কৰিমগঞ্জত বাল্য বিবাহৰ পৰা নিজকে ৰক্ষা নাবালিকাৰ

দক্ষিণ কৰিমগঞ্জ,10 জুন : দক্ষিণ কৰিমগঞ্জত এগৰাকী নাবালিকাই নিজা প্ৰচেষ্টাৰে নিজকে বাল্য বিবাহৰ পৰা ৰক্ষা কৰে ৷ নিজ মাতৃ-পিতৃ আৰু মোমায়েকে নাবালিকা গৰাকীক বাল্য বিবাহ কৰাবলৈ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

কৰিমগঞ্জত বাল্য বিবাহৰ পৰা নিজকে ৰক্ষা নাবালিকাৰ

কৰিমগঞ্জৰ বাজাৰিছড়া আৰক্ষী থানাৰ অন্তৰ্গত মাৰুগাৱঁৰ এগৰাকী কিশোৰীয়ে, ত্ৰিপুৰাৰ কদমতলাত মোমায়েকৰ ঘৰত থাকি অধ্যয়ন কৰিছিল ৷ কিন্তু অভিযোগ অনুসৰি নাবালিকা গৰাকীৰ মাতৃ-পিতৃ আৰু মোমায়েকে কিশোৰী গৰাকীক বাল্য বিবাহ কৰাবলৈ চেষ্টা চলায় ৷ বাল্য বিবাহৰ পৰা নিজকে ৰক্ষা কৰাবলৈ কিশোৰী গৰাকীয়ে মোমায়েকৰ ঘৰৰ পৰা পলায়ন কৰে ৷ ঘৰৰ পৰা পলায়ন কৰি কিশোৰী গৰাকীয়ে এটা নিশা বদৰপুৰ ৰেল ষ্টেচন আৰু আনটো নিশা নিলামবজাৰ ৰেল ষ্টেচনত কটাই দেওবাৰে দিনত নিলামবজাৰ আৰক্ষী থানাত উপস্থিত হয় ৷ কিশোৰী গৰাকী থানাত উপস্থিত হোৱাত নিলামবজাৰ আৰক্ষীয়ে ত্ৰিপুৰাৰ কদমতলা আৰক্ষীৰ লগত যোগাযোগ কৰে ৷ আৰু জানিব পাৰে যে, মোমায়েকে কদমতলা আৰক্ষী থানাত কিশোৰী গৰাকী নিখোজ হোৱা সংক্ৰান্তত এখন এজাহাৰ দাখিল কৰিছিল ৷ পৰৱৰ্তী সময়ত নিশা নিলামবজাৰ আৰক্ষীয়ে কিশোৰী গৰাকীক ত্ৰিপুৰা আৰক্ষীৰ হাতত চমজাই দিয়ে ৷ সম্প্ৰতি ত্ৰিপুৰা আৰক্ষীয়ে বিষয়টোৰ ওপৰত চোৱাচিতা কৰি তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে, কিশোৰী গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75% নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছিল আৰু বৰ্তমান তেওঁ উচ্চ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী ৷

Intro:আমিরুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ
বাল্য বিবাহৰ পৰা নিজা
প্ৰচেষ্টাৰে নিজকে ৰক্ষা কৰিলে এগৰাকী নাবালিকা কিশোৰীয়ে । ত্ৰিপুৰাৰ কদমতলাত মোমায়েকৰ ঘৰত থাকি পড়াশোনা কৰি আছিল কৰিমগঞ্জৰ বাজাৰিছড়া আৰক্ষী থানাৰ অন্তৰ্গত মাৰুগাও গাঁওৰ এগৰাকী কিশোৰীয়ে । পিছে মা দেউতা আৰু মোমায়েকে নাবালিকা কিশোৰী গৰাকীক বিয়া দিব খুজিলে কিশোৰী গৰাকী মোমায়েকৰ ঘৰৰ পৰা পলাই যাই নিজকে বাল্য বিবাহৰ পৰা ৰক্ষা কৰে । আনফালে ঘৰৰ পৰা পলাই আহি এটা নিশা বদৰপুৰ ৰেল ষ্টেচন আৰু এটা নিশা নিলামবজাৰ ৰেল ষ্টেচনত অতিবাহিত কৰি কালি দিনৰ ভাগত নাবালিকা কিশোৰী গৰাকী গৈ উপস্থিত হৈছিল নিলামবজাৰ আৰক্ষী থানাত । থানত উপস্থিত হৈ প্ৰান ভিক্ষাৰ আবেদন জনাঁলে নিলামবজাৰ আৰক্ষীয়ে ত্ৰিপুৰাৰ কদমতলা আৰক্ষীৰ লগত যোগাযোগ কৰি জানিব পাৰিলে যেন কিশোৰী গৰাকীৰ মোমায়েকে কদমতলা আৰক্ষী থানাত নিখোজ সংক্ৰান্ত এখন এজাহাৰ দাখিল কৰিছিল । আৰু যাৰ ফলত অবশেষত নিশা এটা বজাত ত্ৰিপুৰা আৰক্ষীৰ হাতত চমজাই দিয়া হয় নাবালিকা কিশোৰী গৰাকীক । বৰ্তমানে ত্ৰিপুৰা আৰক্ষীয়ে বিষয়টো চোৱাচিতা কৰা দায়িত্ব গ্ৰহন কৰিছে । উল্লেখযোগ্য যেন কিশোৰী গৰাকী মাধ্যমিক পৰীক্ষাত 75% নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছিল । বৰ্তমানে তাই উচ্চ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী । Byte : Victim and nilambazar police Body:আমিরুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ
বাল্য বিবাহৰ পৰা নিজা
প্ৰচেষ্টাৰে নিজকে ৰক্ষা কৰিলে এগৰাকী নাবালিকা কিশোৰীয়ে । ত্ৰিপুৰাৰ কদমতলাত মোমায়েকৰ ঘৰত থাকি পড়াশোনা কৰি আছিল কৰিমগঞ্জৰ বাজাৰিছড়া আৰক্ষী থানাৰ অন্তৰ্গত মাৰুগাও গাঁওৰ এগৰাকী কিশোৰীয়ে । পিছে মা দেউতা আৰু মোমায়েকে নাবালিকা কিশোৰী গৰাকীক বিয়া দিব খুজিলে কিশোৰী গৰাকী মোমায়েকৰ ঘৰৰ পৰা পলাই যাই নিজকে বাল্য বিবাহৰ পৰা ৰক্ষা কৰে । আনফালে ঘৰৰ পৰা পলাই আহি এটা নিশা বদৰপুৰ ৰেল ষ্টেচন আৰু এটা নিশা নিলামবজাৰ ৰেল ষ্টেচনত অতিবাহিত কৰি কালি দিনৰ ভাগত নাবালিকা কিশোৰী গৰাকী গৈ উপস্থিত হৈছিল নিলামবজাৰ আৰক্ষী থানাত । থানত উপস্থিত হৈ প্ৰান ভিক্ষাৰ আবেদন জনাঁলে নিলামবজাৰ আৰক্ষীয়ে ত্ৰিপুৰাৰ কদমতলা আৰক্ষীৰ লগত যোগাযোগ কৰি জানিব পাৰিলে যেন কিশোৰী গৰাকীৰ মোমায়েকে কদমতলা আৰক্ষী থানাত নিখোজ সংক্ৰান্ত এখন এজাহাৰ দাখিল কৰিছিল । আৰু যাৰ ফলত অবশেষত নিশা এটা বজাত ত্ৰিপুৰা আৰক্ষীৰ হাতত চমজাই দিয়া হয় নাবালিকা কিশোৰী গৰাকীক । বৰ্তমানে ত্ৰিপুৰা আৰক্ষীয়ে বিষয়টো চোৱাচিতা কৰা দায়িত্ব গ্ৰহন কৰিছে । উল্লেখযোগ্য যেন কিশোৰী গৰাকী মাধ্যমিক পৰীক্ষাত 75% নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছিল । বৰ্তমানে তাই উচ্চ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী । Byte : Victim and nilambazar police Conclusion:আমিরুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ
বাল্য বিবাহৰ পৰা নিজা
প্ৰচেষ্টাৰে নিজকে ৰক্ষা কৰিলে এগৰাকী নাবালিকা কিশোৰীয়ে । ত্ৰিপুৰাৰ কদমতলাত মোমায়েকৰ ঘৰত থাকি পড়াশোনা কৰি আছিল কৰিমগঞ্জৰ বাজাৰিছড়া আৰক্ষী থানাৰ অন্তৰ্গত মাৰুগাও গাঁওৰ এগৰাকী কিশোৰীয়ে । পিছে মা দেউতা আৰু মোমায়েকে নাবালিকা কিশোৰী গৰাকীক বিয়া দিব খুজিলে কিশোৰী গৰাকী মোমায়েকৰ ঘৰৰ পৰা পলাই যাই নিজকে বাল্য বিবাহৰ পৰা ৰক্ষা কৰে । আনফালে ঘৰৰ পৰা পলাই আহি এটা নিশা বদৰপুৰ ৰেল ষ্টেচন আৰু এটা নিশা নিলামবজাৰ ৰেল ষ্টেচনত অতিবাহিত কৰি কালি দিনৰ ভাগত নাবালিকা কিশোৰী গৰাকী গৈ উপস্থিত হৈছিল নিলামবজাৰ আৰক্ষী থানাত । থানত উপস্থিত হৈ প্ৰান ভিক্ষাৰ আবেদন জনাঁলে নিলামবজাৰ আৰক্ষীয়ে ত্ৰিপুৰাৰ কদমতলা আৰক্ষীৰ লগত যোগাযোগ কৰি জানিব পাৰিলে যেন কিশোৰী গৰাকীৰ মোমায়েকে কদমতলা আৰক্ষী থানাত নিখোজ সংক্ৰান্ত এখন এজাহাৰ দাখিল কৰিছিল । আৰু যাৰ ফলত অবশেষত নিশা এটা বজাত ত্ৰিপুৰা আৰক্ষীৰ হাতত চমজাই দিয়া হয় নাবালিকা কিশোৰী গৰাকীক । বৰ্তমানে ত্ৰিপুৰা আৰক্ষীয়ে বিষয়টো চোৱাচিতা কৰা দায়িত্ব গ্ৰহন কৰিছে । উল্লেখযোগ্য যেন কিশোৰী গৰাকী মাধ্যমিক পৰীক্ষাত 75% নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছিল । বৰ্তমানে তাই উচ্চ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী । Byte : Victim and nilambazar police 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.