ETV Bharat / state

মাণিক সৰকাৰসহ 8 চিপিআইএম নেতাৰ বিৰুদ্ধে জামিন বিহীন গোচৰ

author img

By

Published : Aug 28, 2020, 3:04 PM IST

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰসহ 8 গৰাকী চিআইএমৰ নেতাৰ বিৰুদ্ধে ত্ৰিপুৰা আৰক্ষীয়ে ৰুজু কৰিছে জামিন বিহীন গোচৰ ৷

case filled against tripura ex CM and other leaders
মানিক সৰকাৰ সহ 8 সিপিআইএম নেতাৰ বিৰুদ্ধে জামিন বিহীন গোচৰ

কৰিমগঞ্জ, 28 আগষ্ট: ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰসহ 8 গৰাকী চিপিআইএমৰ নেতাৰ বিৰুদ্ধে ত্ৰিপুৰা আৰক্ষীয়ে ৰুজু কৰিছে জামিন বিহীন গোচৰ ৷

উল্লেখ্য যে, কৰ‘ণা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি ত্ৰিপুৰাৰ ৰাজ্য চৰকাৰে কোনো ধৰণৰ সভা, সমিতি অথবা জনসমাগম কৰাত নিষেদ্ধাজ্ঞা জাৰি কৰিছিল ৷ কিন্তু সেই নিৰ্দেশনাক অৱমাননা কৰি 26 আগষ্টত ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত চিপিআইএমৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰে কৰ্মী-সমৰ্থকক লগত লৈ ৰাজনৈতিক সভা অনুষ্ঠিত কৰিছিল ৷

যাৰ বাবেই মানিক সৰকাৰ আৰু 8 নেতাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 188, 353 ধাৰাত জামিন বিহীন গোচৰ ৰুজু হৈছে ৷

লগতে পঢ়ক : কৃষিকৰ্মৰে পৰিচয় দাঙি ধৰা আছু নেতাগৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.