ETV Bharat / state

কৃপানাথ মাল্লাৰ জয়ত উৎফুল্লিত কৃষ্ণেন্দু পাল

author img

By

Published : May 23, 2019, 9:19 PM IST

সংবাদ মাধ্যমৰ আগত বিধায়কগৰাকীয়ে জনায় যে মোদীয়ে দেশৰ উন্নয়ন কৰিবলৈ সক্ষম হোৱাৰ বাবেই কৰিমগঞ্জতো ৰাইজে বিপুল ভোটত জয়ী কৰালে কৃপানাথ মাল্লাক ৷

কৃপানাথ মালাৰ জয়ত উৎফুল্লিত কৃষ্ণেন্দু পাল

বদৰপুৰ, 23 মে': কৰিমগঞ্জৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাই জয় লাভ কৰাৰ পাছতে উৎফুল্লিত হৈ পৰিছে পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল ৷ সংবাদ মাধ্যমৰ আগত বিধায়কগৰাকীয়ে জনায় যে মোদীয়ে দেশৰ উন্নয়ন কৰিবলৈ সক্ষম হোৱাৰ বাবেই কৰিমগঞ্জতো ৰাইজে বিপুল ভোটত জয়ী কৰালে কৃপানাথ মাল্লাক ৷

কৃপানাথ মালাৰ জয়ত উৎফুল্লিত কৃষ্ণেন্দু পাল

ইয়াৰ লগতে বিধায়ক গৰাকীয়ে কৰিমগঞ্জ আৰু হাইলাকান্দি ৰাইজক ধন্যবাদ জ্ঞাপন কৰে পালে ৷

Intro:কৰিমগঞ্জৰ ৱিজেপি প্ৰাৰ্থী কৃপানাথ মালা ৰ জয়ত খুশি ৱিধায়ক কৃষ্ণেন্দু পাল Body:ৱদৰপুৰ: :কৰিমগঞ্জৰ ৱিজেপি প্ৰাৰ্থী কৃপানাথ মালাৰ জয়ত পাথাৰকান্দিৰ ৱিধায়ক কৃষ্ণেন্দু পাল মিডিয়াৰ আগতে কলে মোদি ৰ ভাল কামৰ ভাৱে আজি দেশৰ লগতে কৰিমগঞ্জৰ ৰাইজে ৱিপুল ভোটত জিতালে কৃপানাথ মালা ক। কৰিমগঞ্জ হাইলাকান্দি ৰাইজক ধন্যবাদ জনালে তেওঁ । মালাৰ ৱিজয়ী হোৱা ৰ খৱৰ শুনি কৰিমগঞ্জৰ ৰাইজে ফোটালে আতসৱাজি ।জয় শ্ৰীৰাম মোদি মোদি ধ্ৱনি ত কপালে শহৰ কৰিমগঞ্জ।Conclusion:ৱদৰপুৰ পৰা স্বপ্নজিৎ নাথৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.