ETV Bharat / state

কৰ’ণাই উছাহ ম্লান পেলাইছে বিশ্বকৰ্মা পূজাৰ - বিশ্বকৰ্মা পূজা

কৰিমগঞ্জ চহৰৰ চন্তৰ বজাত প্ৰতিবছৰৰ দৰে এইবাৰো মূৰ্তিৰ বজাৰ বহিছে কিন্তু নাই ক্ৰেতা । বহু কেইগৰাকী মৃন্ময় শিল্পীয়ে মূৰ্তি লৈ ৰাতিপুৱাৰে পৰা বহি আছে কিন্তু ক্ৰেতাৰ ভিৰ নাই মূৰ্তি ক্ৰয়ৰ বাবে । যাৰ ফলতে মৃৎ শিল্পী সকলৰ মাজত এক হাহাকাৰ ময় পৰিস্থিতিৰ সৃষ্টি হৈছে ।

BISHWAKARMA PUJA
BISHWAKARMA PUJA
author img

By

Published : Sep 17, 2020, 5:09 AM IST

কৰিমগঞ্জ, 16 ছেপ্টেম্বৰ : বিশ্বকৰ্মা পূজা সময়ত মৃন্ময় শিল্পী আৰু মানুহৰ মাজত পূৰ্বৰ দৰে পৰিলক্ষিত হোৱা নাই উছাহ-উদ্দীপনা । কৰিমগঞ্জ চহৰৰ চন্তৰ বজাত প্ৰতিবছৰৰ দৰে এইবাৰো মূৰ্তিৰ বজাৰ বহিছে কিন্তু নাই ক্ৰেতা । বহু কেইগৰাকী মৃন্ময় শিল্পীয়ে মূৰ্তি লৈ ৰাতিপুৱাৰে পৰা বহি আছে কিন্তু ক্ৰেতাৰ ভিৰ নাই মূৰ্তি ক্ৰয়ৰ বাবে । যাৰ ফলতে মৃৎ শিল্পী সকলৰ মাজত এক হাহাকাৰ ময় পৰিস্থিতিৰ সৃষ্টি হৈছে ।

BISHWAKARMA PUJA
কৰ’ণাই উছাহ ম্লান পেলাইছে বিশ্বকৰ্মা পূজাৰ

এই সকল শিল্পীয়ে প্ৰতিবছৰে বিশ্বকৰ্মা,দুর্গা,কালি,লক্ষ্মী, সৰস্বতী আদি প্ৰস্তুত কৰি আহিছে । কিন্তু এইবেলি দেশত চলি থকা কৰ’ণা ভাইৰাচৰ বাবে এক অনিশ্চয়তাত পৰিছে মৃন্ময় শিল্পী গৰাকী সকল । ইয়াৰোপৰি কৰিমগঞ্জ জিলা প্ৰশাসনে কৰ'ণা প্ৰতিৰোধৰ ক্ষেত্ৰত বিশ্বকৰ্মা পূজা আৰু মহালয়াৰ দিনা কিছু বাধা নিষেধ আৰোপ কৰিছে ।

লগতে পঢ়ক : বোকাখাতৰ ৰজাবাৰীত শোকাৱহ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.