ETV Bharat / state

বদৰপুৰ অংগনবাদী কেন্দ্ৰত চলি থকা দুৰ্নীতিৰ প্ৰতিবাদত ৰাইজ

author img

By

Published : Sep 9, 2019, 9:43 PM IST

অসম চৰকাৰ শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিকৰ খাদ্য আৰু শিশু শিক্ষাৰ বাবে হাজাৰ হাজাৰ টকা দিলেও বদৰপুৰত হোৱা নাই ইয়াৰ উচিত ব্যৱহাৰ ৷

বদৰপুৰ অংগনবাদী কেন্দ্ৰত চলি থকা দুৰ্নীতিৰ প্ৰতিবাদত ৰাইজ

বদৰপুৰ, 9 ছেপ্তেম্বৰ : কৰিমগঞ্জ জিলাৰ বদৰপুৰ আই চি ডি এচ অধীনত থকা অংগনবাদী কেন্দ্ৰত ব্যাপক দুৰ্নীতি ৷ নিদ্ৰামগ্ন শিক্ষাবিভাগ ৷ বদৰপুৰ সুসংহত শিশু বিকাশ আঁচনিৰ অধীনত থকা গৰিষ্ঠ সংখ্যক অংগনবাদী কেন্দ্ৰ বৰ্তমান তলা বন্ধ অৱস্থাত । অসম চৰকাৰ শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিকৰ খাদ্য আৰু শিশু শিক্ষাৰ বাবে হাজাৰ হাজাৰ টকা দিলেও বদৰপুৰত হোৱা নাই ইয়াৰ উচিত ব্যৱহাৰ ৷ এই সমষ্ট টকা ঘৰতে বহি উপভোগ কৰিছে ওৰ্কাৰ ,হেল্পাৰ আৰু চুপাৰভাইজাৰে । কেন্দ্ৰ বিলাকত নাই গৃহ , নাই আন্তঃগাঁথনি, মাথো হৈ আছে চৰকাৰী টকাৰ অপচয় । সোমবাৰে মাছলি জিলা পৰিষদৰ 15 টা অংগনবাদী কেন্দ্ৰত চলি থকা দুৰ্নীতিৰ প্ৰতিবাদত ৰাইজে ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে ৷

Intro:বদৰপুৰ আই চি ডি এচ অধীনত থকা অঙ্গনওয়াৰী কেন্দ্ৰত বিলাকক চলিয়াছে ব্যাপক দুৰ্নীতি।অভিযোগ ৰাইজৰ ।Body:বদৰপুৰ 9 সেপ্টেম্বৰ :- কৰিমগঞ্জ জিলাৰ বদৰপুৰ আই চি ডি এচ অধীনত থকা অঙ্গনওয়াৰী কেন্দ্ৰত বিলাকক চলিয়াছে ব্যাপক দুৰ্নীতি। কুম্ভ নিদ্ৰাত বিভাগটো। উল্লেখ্য বদৰপুৰ সুসংহত শিশু বিকাশ আঁচনিৰ অধীনত থকা বেছিৰ ভাগ কেন্দ্ৰ তলা বন্ধ অবস্থাত পৰিয়াছে ।অসম চৰকাৰ শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিকৰ খাদ্য আৰু শিশু শিক্ষাৰ বাবে হাজাৰ হাজাৰ টকা দিলে ও বদৰপুৰত এই টকা কামত লগা নাই ।এই টকা খিনি ঘৰত বহি কমাই কৰিছে ওৰ্কাৰ ,হেল্পাৰ,সুপাৰভাইজাৰ। কেন্দ্ৰ বিলাকক নাই গৃহ , নাই অন্তগাতনী ,দায়িত্ব ফাঁকি, চৰকাৰী টকাৰ অপচয় । আজি মাছলি জিপি ৰ 15 টি অঙ্গনওয়াৰী কেন্দ্ৰত এনেদৰেই দুৰ্ণিতিৰ প্ৰতিবাদতত ৰাইজ জাঙুৰ খাই উঠিল । মাছলি জিপি অফিসত এই প্ৰতিবাদী সভা অনুষ্ঠিত হৈছে ।ইয়াৰ থকা 15খন অঙ্গনওয়াৰী কেন্দ্ৰত এনেধৰণৰ দুৰ্ণিতি চলিয়াছে তা কাগজে কলমে পোহৰলৈ দাঙি ধৰিছে ই টিভি কাকত । শিক্ষা মন্ত্ৰী মহোদয় আপুনি ৰাইজৰ অভিযোগ খিনি শুনি কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব ।

স্বপ্নজিৎ নাথ ৱদৰপুৰ ই টিভি ভাৰতৰ অসম Conclusion:এতিয়া চৰকাৰ কি ব্যৱস্থা গ্ৰহণ কৰিব এয়া লক্ষ্যণীয় ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.