ETV Bharat / state

বদৰপুৰত বিদুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

author img

By

Published : Apr 15, 2019, 7:47 PM IST

বিদ্যুৎ বিভাগৰ পুৰণি তাঁৰ ছিঙি তলত পৰি থকাৰ ফলত আনছাৰুল হক মজুমদাৰ নামৰ লোকজনৰ মৃত্যু ৷

ৱদৰপুৰত ৱিদুৎ পৃষ্ঠ হৈ এজনৰ মৃত্যু

ৱদৰপুৰ, 15 এপ্ৰিলঃ কৰিমগঞ্জ বদৰপুৰত সোমবাৰে বিদুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ ফলত মৃত্যু হয় এজন লোকৰ৷ মৃত ব্যক্তিজন আলাকুলিপুৰ গ্ৰামৰ আনছাৰুল হক মজুমদাৰ৷ জানিব পৰা মতে বিদুৎ বিভাগৰ পুৰণি তাঁৰ ছিঙি তলত পৰি থকা ফলত মৃত্যু হয় ব্যক্তিজনৰ ৷

স্থানীয় ৰাইজে বিভাগটোক আগতেও এনে ঘটনা সমূহৰ বিষয়ে অৱগত কৰিছে যদিও ৰাইজৰ কথালৈ কৰ্ণপাত নকৰাই এই মৰ্মান্তিক ঘটনা সংঘটিত হোৱা বুলি একাংশ ৰাইজে অভিযোগ উত্থাপন কৰে৷

Intro:1_ৱদৰপুৰৰ আলাকুলি পুৰ গ্ৰামৰ আনছাৰুল হক মজুমদাৰ ৱিদুৎ পৃষ্ঠ হৈ প্ৰাণ হাৰালে ।
2, ৱদৰপুৰৰ ৱিদুৎ ৱিভাগৰ গাফিলতিৰ ভাৱে এটা যুৱকৰ প্ৰাণ গল ।
3,ৱিদুৎ ৱিভাগৰ পুৰনি তাৰ ছিংগি পৰি মাৰা গল আনছাৰ ।Body:breaking Conclusion:breaking
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.