ETV Bharat / state

কৰিমগঞ্জত ধৰ্ণা কাৰ্যসূচী - শক্তি বিভাগ

শেহতীয়াকৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এ.পি.ডি.চি.এলক ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ সিদ্ধান্তৰ বিৰোধীতা কৰি জিলাখনৰ শক্তি বিভাগৰ কৰ্মচাৰী সকলে ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী ৷

APDCL PROTEST karimganj
কৰিমগঞ্জত ধৰ্ণা কাৰ্যসূচী
author img

By

Published : Oct 6, 2020, 1:04 PM IST

কৰিমগঞ্জ,6 অক্টোবৰ: সোমবাৰে কৰিগঞ্জ জিলাত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ জিলাখনৰ শক্তি বিভাগৰ কৰ্মচাৰী সকলে সাব্যস্ত কৰে এই ধৰ্ণা কাৰ্যসূচী ৷ শেহতীয়াকৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এ.পি.ডি.চি.এলক ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বিৰোধিতা কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰী সকলে ৷ অতি শীঘ্ৰে এই সিদ্ধান্ত সলনি কৰাৰ দাবী কৰ্মচাৰী সকলৰ ৷

অন্য এক খবৰৰ বাবে: ৰাইজ মেললৈ কিয় নাহিল আলোচনাপন্থী নেতা জিতেন দত্ত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.