ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত চিকিৎসালয়, বিশ্ববিদ্যালয় স্থাপন কৰিব আজমলে ! - হেজাৰ হেজাৰ বিঘা মাটিৰ মালিক

আজমলে হিমন্তক কটাক্ষ কৰি কয় যে, তেঁও আজমল ফাউণ্ডেচনৰ নামত কেইবাখনো চিকিৎসালয় স্থাপন কৰিছে; কিন্তু স্বাস্থ্যমন্ত্ৰী হৈয়ো হিমন্ত বিশ্ব শৰ্মাই এখনো নাৰ্চিং হ’ম স্থাপন কৰিব নোৱা নোৱাৰাটো লজ্জাজনক ৷ হেজাৰ হেজাৰ বিঘা মাটিৰ মালিক হিমন্ত বিশ্ব শৰ্মাই কিছু মাটি দিলে তেওঁৰ পূৰ্বপূৰুষৰ নামত চিকিৎসালয় আৰু বিশ্ববিদ্যালয় স্থাপন কৰি দিব ৷

ajmal-visted-karimganja-critices-himnta-biswa-sharma
হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত চিকিৎসালয়, বিশ্ববিদ্যালয় স্থাপন কৰিব আজমলে !
author img

By

Published : Nov 8, 2020, 10:06 PM IST

কৰিমগঞ্জ,8 নৱেম্বৰঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত এইবাৰ চিকিৎসালয় আৰু বিশ্ব বিদ্যালয় স্থাপন কৰিব বদৰুদ্দিন আজমলে ৷ দেওবাৰে কৰিমগঞ্জত অনুষ্ঠিত হোৱা এখন কৰ্মী সভাত এই মন্তব্য কৰে AIUDF প্ৰধান বদৰুদ্দিন আজমলে।

আজমলে হিমন্তক কটাক্ষ কৰি কয় যে, তেঁও আজমল ফাউণ্ডেচনৰ নামত কেইবাখনো চিকিৎসালয় স্থাপন কৰিছে; কিন্তু স্বাস্থ্য মন্ত্ৰী হৈয়ো হিমন্ত বিশ্ব শৰ্মাই এখনো নাৰ্চিং হ’ম স্থাপন কৰিব নোৱাৰাটো লজ্জাজনক ৷ হেজাৰ হেজাৰ বিঘা মাটিৰ মালিক হিমন্ত বিশ্ব শৰ্মাই কিছু মাটি দিলে তেওঁৰ পূৰ্বপূৰুষৰ নামত চিকিৎসালয় আৰু বিশ্ব বিদ্যালয় স্থাপন কৰি দিব ৷

হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত চিকিৎসালয়, বিশ্ববিদ্যালয় স্থাপন কৰিব আজমলে !

একেদৰে মন্ত্ৰী হিমন্তক সমালোচনা কৰি বদৰুদ্দিন আজমলে কয় যে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাণৰ লগতে শৰীৰৰ আন আন অংগ সমূহো বেয়া হৈ গৈছে ৷ গতিকে তেও চেন্নাই অথবা মুম্বাইলৈ যাব লাগে আৰু চিকিৎসাৰ যাৱতীয় ব্যৱস্থা আজমলে কৰাই দিব ৷ লগতে তেওঁ কয় যে, বিহাৰত অবিবাহিত তেজস্বী যাদবে এনডিএক উৎখাত কৰাৰ দৰে বেংগলত দিদিয়ে আৰু অসমত AIDUF আৰু কংগ্ৰেছৰ সৈতে মিলি বিজেপিক উৎখাত কৰিব ৷

লগতে পঢ়কঃ অসম-মিজোৰাম সীমান্তত উপস্থিতি কংগ্ৰেছৰ সজাতি দলক আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.