ETV Bharat / state

স্বৰূপ দাস আৰু ৰাধেশ্যাম বিশ্বাসৰ মাজত তুমূল প্ৰতিদ্বন্দিতাৰ সম্ভাৱনা - CONGRESS

এ আই ইউ ডি এফৰ সাংসদ ৰাধেশ্যাম বিশ্বাসৰ অকপট স্বীকাৰোক্তিঃ পূৰ্বৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমদে সহায় কৰিছিল মোক

লক্ষ্যণীয় লক্ষ্যণীয় স্বৰূপ দাস আৰু ৰাধেশ্যাম বিশ্বাসৰ মাজত নিৰ্বাচনী যুজঁ
author img

By

Published : Apr 10, 2019, 12:57 PM IST

কৰিমগঞ্জ, 10 এপ্ৰীলঃ কৰিমগঞ্জ লোকসভা আসনত বিজেপি, কংগ্ৰেছৰ সমান্তৰালকৈ এ আই ইউ ডিএফ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসেও নিজৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে । কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত আঠটা বিধানসভা সমষ্টিত সমান্তৰালকৈ ভোটাৰক আকৃষ্ট কৰাৰ লক্ষ্যৰে নিৰ্বাচনী জনসভাত নিজৰ কামৰ খতিয়ান দাঙি ধৰি ভোট ভিক্ষা কৰিছে প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসে । বিগত লোকসভা নিৰ্বাচনত এক লাখৰো অধিক ভোটত নিৰ্বাচিত হোৱা এ আই ইউ ডিএফ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ জয়ৰ আঁৰৰ মূল কাৰক আছিল প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমেদ । কিন্তু এইবাৰ ৰাধেশ্যাম বিশ্বাসৰ লগত নাই ছিদ্দিক আহমেদৰ কৃপাদৃষ্টি ।

আনহাতে দলৰ ভিতৰচ'ৰাতো আছে ব্যাপক অসন্তুষ্টি । এনে পৰিস্থিতিত এইবাৰ কৰিমগঞ্জ লোকসভা আসনখন কি দৰে পুনৰুদ্ধাৰ হ'ব ? সাংবাদিকে কৰা এই প্ৰশ্নৰ উত্তৰত ৰাধেশ্যাম বিশ্বাসে কলে, ‘ৰাইজৰ কাৰণে মই বহু কাম কৰিছো। সেয়ে ৰাইজে পুনৰ মোক ভোট দি দিল্লীলৈ পঠিয়াব । আৰু মোৰ প্ৰতিদ্বন্দিতা হ'ব বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাহৰ সৈতে, কংগ্ৰেছ এইবাৰ থাকিব তিনি নম্বৰত’। আনহাতে ছিদ্দিক আহমেদৰ প্ৰসংগত প্ৰশ্ন সোধাত ৰাধেশ্যাম বিশ্বাসে অকপটে স্বীকাৰ কৰিলে ছিদ্দিক আহমেদৰ প্ৰতি তেওঁৰ কৃতজ্ঞতাৰ কথা ৷ পিচে এইবাৰ ছিদ্দিক আহমদে কাক সহায় আগবঢ়াই স্বৰূপ দাস নে ৰাধেশ্যাম বিশ্বাসক সেয়া লক্ষ্যণীয় হ'ব ৷

Intro:এআইউডিএফ সাংসদ ৰাধেশ্যাম বিশ্বাসৰ বিস্ফোৰক স্বীকাৰোক্তি যোৱা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমদে কৰিছিল সহায়।Body:SLUG : AIUDF ELECTION CAMPAIGN. 

কৰিমগঞ্জ লোকসভা আসনত বিজেপি, কংগ্ৰেছৰ সমান্তৰালকৈ এআইইউডিএফ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসেও নিজৰ নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে । লোকসভা সমষ্টিৰ অন্তৰ্গত আটটা বিধানসভা সমষ্টিত সমান্তৰালকৈ ভোটাৰক আকৃষ্ট কৰাৰ লক্ষ্যৰে নিৰ্বাচনী জনসভা ত নিজৰ কামৰ খতিয়ান দাঙি ধৰি ভোট ভিক্ষা কৰিছে প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসে । বিগত লোকসভা নিৰ্বাচনত এক লাখৰো অধিক  ভোটে নিৰ্বাচিত হোৱা এআইইউডিএফ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ জয়ৰ আঁৰৰ মূল কাৰিকৰ আছিল প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমেদ । কিন্তু এইবাৰ ৰাধেশ্যাম বিশ্বাসৰ লগত নাই ছিদ্দিক আহমেদৰ কৃপাদৃষ্টি । আনহাতে দলৰ  ভিতৰচৰাতো  আছে ব্যাপক অসন্তুষ্টি । এনে পৰিস্থিতিত এইবাৰ কৰিমগঞ্জ লোকসভা আসনখন কী দৰে পুনৰুদ্ধাৰ হব ? সাংবাদিকে কৰা এই প্ৰশ্নৰ উত্তৰত ৰাধেশ্যাম বিশ্বাসে কলে, ৰাইজৰ কাৰনে মই বহু কাম কৰিছোঁ । সেয়ে ৰাইজে পুনৰ মোক  ভোট দি দিল্লীত পঠিয়াব । আৰু মোৰ প্ৰতিদ্বন্দীতা হব বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাহৰ সৈতে, কংগ্ৰেছ এইবাৰ থাকিব তিনি নম্বৰত । আনহাতে ছিদ্দিক আহমেদৰ প্ৰশংগত প্ৰশ্ন সুধিলে ৰাধেশ্যাম বিশ্বাসে অকপটে স্বীকাৰ কৰিলে ছিদ্দিক আহমেদৰ কৃতজ্ঞতাৰ কথা .........

Date : 10.04.19Conclusion:এইবাৰ ছিদ্দিক আহমদে কাক সাহায্য আগবঢ়াই স্বৰূপ নে ৰাধেশ্যাম এয়াই হব লক্ষ্যণীয়
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.