ETV Bharat / state

এ আই ইউ ডি এফৰ সভাত বিজেপিক ভোট দিয়াৰ আহ্বান

বিজেপি নে কংগ্ৰেছ কাৰ লগত এ আই ইউ ডি এফৰ গোপন মিতিৰালি এয়া অস্পষ্ট যদিও এ আই ইউ ডি এফৰ এক কৰ্মী সভাৰ পাচতেই যেন স্পষ্ট হৈ পৰিছে বহু কথা ৷

author img

By

Published : Apr 12, 2019, 10:09 AM IST

বিজেপিক ভোট দিয়াৰ আহ্বান

কৰিমগঞ্জ, 12 এপ্ৰিল : বিজেপি নে কংগ্ৰেছ কাৰ লগত এ আই ইউ ডি এফৰ গোপন মিত্ৰতা ৷ এইবেলি নিৰ্বাচনত কাৰ লগত এ আই ইউ ডি এফে মিত্ৰতা কৰিব এই প্ৰশ্নই সকলোৰে মনত খলকনি তোলাৰ সময়তে দক্ষিণ কৰিমগঞ্জত দেখিবলৈ পোৱা গ'ল এ আই ইউ ডি এফ কৰ্মীৰ বিজেপিক ভোট দিয়াৰ আহ্বান ৷

বিজেপিক ভোট দিয়াৰ আহ্বান

দক্ষিণ কৰিমগঞ্জৰ এ আই ইউ ডি এফৰ বিধায়ক আজিজ আহমেদ খানৰ নেতৃত্বত বান্দৰকনা গাঁৱত অনুষ্ঠিত এ আই ইউ ডি এফৰ দলীয় সভাত আব্দুল ছাত্তাৰ নামৰ এগৰাকী জিলা পৰ্যায়ৰ এ আই ইউ ডি এফ নেতাই বিজেপিক ভোটদানৰ বাবে মুকলিকৈ আহ্বান জনায় ৷ দলীয় কৰ্মী আৰু বিধায়কৰ সন্মুখত এজন নেতাই মুকলিকৈ বিজেপিক ভোট দিবলৈ কোৱাৰ পাচত এ আই ইউ ডি এফ আৰু বিজেপিৰ মাজতে যে গোপন মিত্ৰতা অব্যাহত আছে তাকেই প্ৰমাণ কৰিছে ৷

Intro:Script
AIUDFৰ কৰ্মী সভাত বিজেপিক ভোট দিয়াৰ আহ্বান। AIUDF দলৰ লগত BJPৰ গোপন মিত্ৰতা আছে নিকি এই সন্ধৰ্ভত যোৱা কিছুদিন ধৰি সাধাৰন ৰাইজৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়া দেখা দিছে। কৰিমগজ্ঞৰ লোকসভা নিৰ্বাচনত ইতিমধ্যে প্ৰচাৰ আৰম্ভ হৈছে। আৰু এই প্ৰচাৰ কৈনকুয়া চলিয়াছে চাওক এই দৃশ্য কৰিমগজ্ঞৰ দক্ষিণ কৰিমগজ্ঞৰ বিধান সভাৰ অন্তৰ্গত বান্দৰকনা গাওৰ । এই সভাত উপস্হিত আছে দক্ষিণ কৰিমগজ্ঞৰ AIUDFৰ বিধায়ক আজিজ আহমেদ খান। তেওৰ উপস্হিতিত চলিয়াছে দলৰ কৰ্মী আৰু সমৰ্থকৰ লৈ ৰণকৌশল সভা। এই সভাত এগৰাকী জিলা পয্যায়ৰ সম্পাদক আব্দুল ছত্তাৰ তেও কৰ্মী সমৰ্থক আৰু বিধায়কৰ সম্মূখত কিদৰে বিজেপিত ভোট দিয়াৰ কথা মুকুলি বাবে কৈছে ....
Byte ১)আব্দুল ছত্তাৰ,
2)MLA
আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ
12-04-2019Body:Script

12-04-2019Conclusion:Script

12-04-2019
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.