ETV Bharat / state

কৰিমগঞ্জত কৃষি বিশ্ববিদ্যালয় স্থাপনত হেমাহি

চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকীয়নি ৷ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়াৰ স্থান পৰিদৰ্শন

author img

By

Published : Aug 15, 2019, 4:50 AM IST

কৰিমগঞ্জত কৃষি বিশ্ববিদ্যালয় স্থাপনত হেমাহি

কৰিমগঞ্জ, 15 আগষ্ট : কৰিমগঞ্জত প্ৰস্তাৱিত কৃষি বিশ্ববিদ্যালয় স্থাপনত হেমাহিৰ অভিযোগ ৷ চৰকাৰৰ বিৰুদ্ধে হেমাহিৰ অভিযোগ অটল বিহাৰী গণ সচেতনতা পৰিষদৰ ৷ কৰিমগঞ্জ জিলাৰ বদৰপুৰ ৱিধানসভাৰ মালুয়া এলেকাত কৃষি বিশ্ববিদ্যালয়ৰ স্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছিল চৰকাৰে । কৰিমগঞ্জৰ আকবৰপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়াই মালুয়াৰ এই স্থান পৰিদৰ্শন কৰি এই মাটি কৃষি বিশ্ববিদ্যালয়ৰ স্থাপনৰ বাবে উপযোগী বুলি প্ৰতিবেদন দিলে যদিও আজিও কোনো কাম নোহোৱাৰ অভিযোগ সংগঠনটোৰ ৷ এইক্ষেত্ৰত চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকীয়নি প্ৰদান কৰে পৰিষদৰ সদস্যসকলে ৷

Intro:কৰিমগঞ্জৰ মালুয়াত প্ৰস্তাবিত কৃষি বিশ্ববিদ্যালয়ৰ স্থাপনত সৰকাৰৰ হেমাহিৰ প্ৰতিবাদ।Body:ৱদৰপুৰ: - কৰিমগঞ্জ জিলাৰ ৱদৰপুৰ ৱিধানসভাৰ মালুয়া এলাকাত কৃষি বিশ্ববিদ্যালয়ৰ স্হাপনৰ প্ৰস্তাব কৰিছিল বৰ্তমান চৰকাৰে।কিন্তু আজিও চৰকাৰৰ হেমাহিৰ ভাৱে কাম শুৰু হোৱা নাই ।যদিও সম্প্ৰতি কৰিমগঞ্জৰ আকবৰপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিঞ্জানিক সকলয়ে মালুয়াৰ এই স্হানৰ পৰিদৰ্শন কৰি এই মাটি কৃষি বিশ্ববিদ্যালয়ৰ স্থাপনত উপযোগী বুলি ৰিপোৰ্ট দিলে কিন্তু ৱদৰপুৰ চাৰ্কেল অফিসৰ পৰা মাটিৰ বৈধ কাগজ লৈ কি চক্ৰান্ত কৰি ৰাখিছে যাৰ বাবে আজিও এই কৃষি বিদ্যালয়ৰ কাম শুৰু হোৱা নাই ।আজি ৱদৰপুৰত এক সংবাদ মেলৰ যোগেদি মালুয়াৰ অটল বিহাৰী গণ সচেতনতা পৰিষদৰ সদস্য সকলে এনে অভিযোগ কৰিলে । আৰু কলে কৰিমগঞ্জৰ জিলাৰ মধ্য ভৰ্তি স্হান হৈছে মালুয়া ।ইয়াত প্ৰায় হাজাৰ বিগা চৰকাৰি মাটি এনে পৰিয়াছে । চৰকাৰৰ এই সিদ্ধান্ত ঠিকেই আছিল কিন্তু কোন দুষ্ট চক্ৰৰ ষড়যন্ত্ৰৰ শিকাৰ হৈ কৰিমগঞ্জ জিলাৰ মানুহৰ এই বিশ্ববিদ্যালয়ৰ স্থাপনৰ পৰা বঞ্চিত হব নে ? যদি মালুয়া কৃষি বিশ্ববিদ্যালয় স্হাপনত চৰকাৰৰ নৰম মনভাৱ প্ৰতি ফলিত হয় তেন্তে বৰাক উপত্যকা ভিত্তিক গণ আন্দোলনৰ হুশিয়াৰী দে সংগঠন টু য়ে। মালুয়া কৃষি বিশ্ববিদ্যালয় হৱই লাগিৱ ৱুলি কড়া সকিয়নী দিলে ৱদৰপুৰ সাৰ্কেল অফিসাৰক। সভাত উপস্থিত আছিল শক্তিপদ নাথ, শিতাংশু ধৰ ,মনা দাস প্ৰমুখ ।

স্বপ্নজিৎ নাথ ই টিভি ভাৰতৰ অসম।Conclusion:ৱদৰপুৰ পৰা স্বপ্নজিৎ নাথৰ ৰিপোৰ্ট
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.