ETV Bharat / state

ছয় নং ৰাষ্ট্ৰীয় ঘাইপথ: যোৱা ডেৰমাহত ৮ জন নিহত - ৪৫ দিনত ১৬ টা দুৰ্ঘটনা

বিগত ৪৫ দিনত ১৬টা দুৰ্ঘটনা সংঘটিত হৈছে অসম ত্ৰিপুৰা সংযোগী ছয় নং ৰাষ্ট্ৰীয় ঘাইপথত। এই পৰ্যন্ত দুৰ্ঘটনাত নিহত হৈছে আঠজনকৈ যাত্ৰী ।

ছয় নং ৰাষ্ট্ৰীয় ঘাইপথ : যোৱা ডেৰমাহত ৮ জন নিহত
author img

By

Published : Jun 18, 2019, 1:36 PM IST

বদৰপুৰ,১৮ জুন : অসম ত্ৰিপুৰা সংযোগী ছয় নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা ৪৫ দিনত ১৬ টাকৈ দুৰ্ঘটনা সংঘটিত হোৱাত আতংকই বিৰাজ কৰিছে পথচাৰীৰ মাজত । কৰিমগঞ্জৰ পৰা বদৰপুৰ অঞ্চলৰ মাজত আজি পৰ্যন্ত আঠজনকৈ যাত্ৰী নিহত হোৱাৰ তথ্য লাভ কৰা হৈছে। কম বয়সতে অনভিজ্ঞ চালকক গাড়ী চলাবলৈ দিয়াৰ বাবে এনে ধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি দাবী কৰিছে সাধাৰণ ৰাইজে। লাইচেন্স বিহীন চালকে মদ্যপান কৰি গাড়ী চলোৱাৰ বাবেই এনেদৰে আঠজনকৈ যাত্ৰী নিহত হোৱা বুলি অনুমান কৰা হৈছে। তাৰোপৰি,গাড়ী চালকসকলে অ'ভাৰটেকৰ চেষ্টা চলোৱাৰ বাবেও এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।

ছয় নং ৰাষ্ট্ৰীয় ঘাইপথ : যোৱা ডেৰমাহত ৮ জন নিহত

বদৰপুৰৰ যান - বাহন আৰক্ষী সমচুল ইছলামে জানিবলৈ দিয়া অনুসৰি, পথৰ অৱস্থা বুজ নোলোৱাকৈ চালকে তীব্ৰ বেগত গাড়ী চলোৱাৰ বাবেই এনে ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। সোমবাৰে নিশাও শ্ৰীগৌৰি এলেকাত দুখন ট্ৰাকৰ মাজত হোৱা মুখামুখি খুন্দাত এজন চালকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । কৰিমগঞ্জৰ পৰিবহন বিভাগ আৰু অসম আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰালৈকে এনে দুৰ্ঘটনা সংঘটিত হৈয়ে থাকিব বুলি অনুমান কৰিছে অঞ্চলটোৰ ৰাইজে।

Intro:অসম ত্ৰিপুৰা সংযোগ কৰা ছয় নং ৰাষ্ট্ৰীয় ঘাইপথ ইটু পাছত সিটু সড়ক দুৰ্ঘটনাৰ জগৰীয়া কোন? Body:ৱদৰপুৰ: - অসম ত্রিপুৰা সংযোগী ছয় নং ৰাষ্ট্ৰীয় ঘাইপথ যেন দুৰ্ঘটনা জোনত পৰিণত হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ ইমান দুৰ্ঘটনা দেখি পথচাৰী যাত্ৰীৰ মাজত আতঙ্ক ৱিৰাজ কৰিছে । উল্লেখ্য ছয় নং ৰাষ্ট্ৰীয় ঘাইপথ কৰিমগঞ্জৰ পৰা ৱদৰপুৰ ঘাট ত যোয়া 45 দিনৰ মূৰত 16 ৱাৰ সড়ক দুৰ্ঘটনা সংঘটিত হৈছে । আজি পৰ্যন্ত আট জন যাত্ৰী নিহিত হৈ আছে । আগতে সড়কৰ ৱেয়া আছিল এতিয়া সড়কৰ পৰিসৰ আৰু সড়ক ভালেই তেন্তে কিয় ইমান দুৰ্ঘটনা? সাধাৰণ ৰাইজৰ অভিযোগ ফুনক কম ৱয়সত ড্ৰাইভাৰ, অনঅভিঞ্জ গাড়ীৰ চালকৰ ফলত হৈছে নি কি দুৰ্ঘটনা?? ৱিনা লাইসেন্সৰ ধপধপনি পৰিৱহন ৱিভাগৰ অদুৰদৰ্শিতা। ড্ৰাইভিং সময়ত মাদকাসিক্ত থাকা। কিন্তু জগৰীয়া হৱ কোন??? পৰিৱহন ৱিভাগ নে অসম আৰক্ষী? ৱদৰপুৰ আৰক্ষী চকী ট্ৰাফিক ইনচাৰ্জ সমচুল ইসলাম কয় ড্ৰাইভাৰ ৰ ভুল কিয়নো গাড়ীৰ গতি আৰু গাড়ী নিয়ন্ত্ৰণ আৰু সড়কৰ অবস্থা তেওঁ লোকে ভালকৈ বুজি গাড়ী চলাৱ লাগিব । আৰু ৰাতি ড্ৰাইভাৰ ৱিলাকে মদ খাই চলিয়াছে ৱুলি মন্তব্য কৰিছিল । যোৱা কালি ৰাতি শ্ৰীগৌৰি এলাকাত দুখন ট্ৰাকৰ মাজত খোন্দা ত এখন ট্ৰাকৰ ড্ৰাইভাৰৰ অৱস্থা আশংকাজনক ৱুলি জানিব পৰা গৈছে। কৰিমগঞ্জৰ পৰিৱহন ৱিভাগ আৰু অসম আৰক্ষী কটুৰ পদক্ষেপ নি নিয়াকৈ আৰু দুৰ্ঘটনা সংঘটিত হৱ ৱলে অনুমান ।Conclusion:ৱদৰপুৰ পৰা স্বপ্নজিৎ নাথৰ ৰিপোৰ্ট
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.