বদৰপুৰ, 25 জুন: পুত্ৰৰ কাৰণে জন্মদাত্ৰী মাতৃ হ'ল প্ৰতিবন্ধক ৷ শৈশৱৰ পৰা সন্তানক প্ৰতিষ্ঠিত ৰূপ দিয়া এগৰাকী মাতৃ আজিৰ দিনত চৰম অৱহেলিত ৷ বৃদ্ধা মাতৃক ঘৰৰ পৰা উলিয়াই দিলে তিনি পুত্ৰই । বৰ্তমানে মাতৃ গৰাকীৰ আশ্ৰয়স্থল হ'ল বৃদ্ধাশ্ৰম ৷ বদৰপুৰ ৰেলৱে কলনীৰ আশী উৰ্ধৰ লক্ষী সেন নামৰ গৰাকী বিধৱা মহিলাৰ ক্ষেত্ৰতেই হৈছে এনে অৱস্থা ৷ বদৰপুৰ ৰেলৱে হাইস্কুলৰ কাষতে ঘৰ মহিলা গৰাকীৰ ৷ তিনিটা ল'ৰা আৰু দুজনী ছোৱালীক পঢ়াই শুনাই প্ৰতিষ্ঠিত কৰাৰ পাচতো সেই সন্তানেই ঘৰৰ পৰা উলিয়াই দিলে নিজ মাতৃক ৷ যোৱা দুদিন আগতে তিনি পুত্ৰ আৰু বোৱাৰীৰ যন্ত্ৰণাত অসহ্য হৈ বদৰপুৰ ৰেলৱে ষ্ট্ৰেচনতে দিন কটাইছিল মহিলা গৰাকীয়ে । সোমবাৰে স্থানীয় ৰাইজৰ তৎপৰতাত মহিলা গৰাকীক ৱাৰইগ্ৰামৰ এখন বৃদ্ধাশ্ৰমত থকাৰ ব্যৱস্থা কৰি দিয়ে কৰিমগঞ্জৰ আদালতে ৷ অভিযোগ অনুসৰি যোৱা কেইবা বছৰ ধৰি মহিলা গৰাকীয়ে যন্ত্ৰণা ভোগ কৰি আহিছে নিজ পুত্ৰৰ পৰা ৷ তিনি পুত্ৰ ক্ৰমে, সঙ্কৰ সেন, দীলিপ সেন আৰু কৃষ্ণ সেনৰ এনে কাৰ্য্যত লজ্জানত কৰিছে অঞ্চলটোৰ শিক্ষিত ৰাইজক ৷ তিনি পুত্ৰৰ এনে কাৰ্য্যক শাস্তি দাবী কৰিছে অঞ্চলটোৰ ৰাইজে ৷
নিজ পুত্ৰৰ হাতত নিৰ্যাতিত এগৰাকী আশী উৰ্ধৰ মহিলা
তিনিটা ল'ৰা আৰু দুজনী ছোৱালীক পঢ়াই শুনাই প্ৰতিষ্ঠিত কৰাৰ পাচতো সেই সন্তানেই ঘৰৰ পৰা উলিয়াই দিলে নিজ মাতৃক ৷
বদৰপুৰ, 25 জুন: পুত্ৰৰ কাৰণে জন্মদাত্ৰী মাতৃ হ'ল প্ৰতিবন্ধক ৷ শৈশৱৰ পৰা সন্তানক প্ৰতিষ্ঠিত ৰূপ দিয়া এগৰাকী মাতৃ আজিৰ দিনত চৰম অৱহেলিত ৷ বৃদ্ধা মাতৃক ঘৰৰ পৰা উলিয়াই দিলে তিনি পুত্ৰই । বৰ্তমানে মাতৃ গৰাকীৰ আশ্ৰয়স্থল হ'ল বৃদ্ধাশ্ৰম ৷ বদৰপুৰ ৰেলৱে কলনীৰ আশী উৰ্ধৰ লক্ষী সেন নামৰ গৰাকী বিধৱা মহিলাৰ ক্ষেত্ৰতেই হৈছে এনে অৱস্থা ৷ বদৰপুৰ ৰেলৱে হাইস্কুলৰ কাষতে ঘৰ মহিলা গৰাকীৰ ৷ তিনিটা ল'ৰা আৰু দুজনী ছোৱালীক পঢ়াই শুনাই প্ৰতিষ্ঠিত কৰাৰ পাচতো সেই সন্তানেই ঘৰৰ পৰা উলিয়াই দিলে নিজ মাতৃক ৷ যোৱা দুদিন আগতে তিনি পুত্ৰ আৰু বোৱাৰীৰ যন্ত্ৰণাত অসহ্য হৈ বদৰপুৰ ৰেলৱে ষ্ট্ৰেচনতে দিন কটাইছিল মহিলা গৰাকীয়ে । সোমবাৰে স্থানীয় ৰাইজৰ তৎপৰতাত মহিলা গৰাকীক ৱাৰইগ্ৰামৰ এখন বৃদ্ধাশ্ৰমত থকাৰ ব্যৱস্থা কৰি দিয়ে কৰিমগঞ্জৰ আদালতে ৷ অভিযোগ অনুসৰি যোৱা কেইবা বছৰ ধৰি মহিলা গৰাকীয়ে যন্ত্ৰণা ভোগ কৰি আহিছে নিজ পুত্ৰৰ পৰা ৷ তিনি পুত্ৰ ক্ৰমে, সঙ্কৰ সেন, দীলিপ সেন আৰু কৃষ্ণ সেনৰ এনে কাৰ্য্যত লজ্জানত কৰিছে অঞ্চলটোৰ শিক্ষিত ৰাইজক ৷ তিনি পুত্ৰৰ এনে কাৰ্য্যক শাস্তি দাবী কৰিছে অঞ্চলটোৰ ৰাইজে ৷
স্কুলৰ কাকত ।তেওঁ এজন বিধবা মহিলা ।তিনি লৰা দুটা ছোৱালী ক পড়া শুনা কৰাই চাকৰি দৰালে ৱিয়া দিলে যি জন মাতৃ সেই মাতৃক আজি লাতি মাৰে ঘৰৰ পৰা ঢ়লিয়াই দিলে তিনি পুত্ৰই । যোৱা দুদিন আগতে তিনি পুত্ৰ আৰু ৱুয়াৰিৰ যন্ত্ৰণা অসহ্য হৈ ৱদৰপুৰ ৰেলওয়ে স্টেশনত দিন ৰাতি কটাইছিল মহিলা গৰাকীয়ে ।আজি খৱৰ পাই কৰিমগঞ্জৰ আদালতে আদালতত হাজিৰ কৰি ভোগ্তভোগিৰ অভিযোগ ৰেকৰ্ড কৰি ৱাৰইগ্ৰামৰ এখন বৃদ্ধা শ্ৰমত থাকিবলৈ দিলে। মহিলা গৰাকীৰ অভিযোগ অনুসৰি যোয়া কৈ ৱছৰ পৰা এনে যাতনা ভোগ কৰি আহিছে তেওঁ ।তিনি পুত্ৰ এজন সঙ্কৰ সেন মাইৱঙ্গত পি এইচ ই ত ৱড়ৱাৱু। দীলিপ সেন তিনসুকিয়াৰ প্ৰতিষ্ঠিত ৱ্যৱসায়ী। দ্বিতীয় লৰা কৃষ্ণ সেন ৱদৰপুৰ পি এইচ ই চাকৰি কৰে ।দুজন ৱুয়াৰি চাকৰি কৰে নাতি ডাক্তৰি পৰিয়াছে এনে এটা পৰিয়ালৰ মাতৃ ৰ এই কৰুণ কাহিনীৰ শিক্ষিত ৰাইজৰ লজ্জানত কৰিছে । ৱদৰপুৰ শহৰৰ শিক্ষিত ৰাইজ অভিযোগ্ত লৰা ৱিলাকৰ শাস্তি দাৱী কৰিলে ।সোসিয়েল মিডিয়াত এই ৱাতৰি সলখনি সৃষ্টি কৰিছে ৱৰাক উপত্যকাৰ সচেতন ৰাইজক।
ৱদৰপুৰ পৰা স্বপ্নজিৎ নাথৰ ৰিপোৰ্ট।Conclusion:ৱদৰপুৰ পৰা স্বপ্নজিৎ নাথৰ ৰিপোৰ্টে ।