ETV Bharat / state

কৰিমগঞ্জত বজ্ৰপাত পৰি কৃষকৰ কৰুণ মৃত্যু - lightening strike at Karimganj Patharkandi

কৰিমগঞ্জৰ পাথাৰকান্দি বাইপাছ এলেকাত অঘটন । বজ্ৰপাত পৰি মৃত্যু এগৰাকী কৃষকৰ ।

কৰিমগঞ্জত বজ্ৰপাত পৰি কৃষকৰ কৰুণ মৃত্যু
author img

By

Published : Oct 26, 2019, 6:58 PM IST

কৰিমগঞ্জ,26 অক্টোবৰঃ কৰিমগঞ্জৰ পাথাৰকান্দিৰ বাইপাছ এলেকাত সংঘটিত প্ৰাকৃতিক দুৰ্ঘটনাত এজন কৃষকে কৰুণ মৃত্যুক সাৱটি লয় ৷ পথাৰত কৃষি কাৰ্যত ব্যস্ত থাকোতে বজ্ৰপাত পৰি থিতাতে নিহত হয় নেজামউদ্দিন নামৰ কৃষকজন ৷ মৃত নেজামউদ্দিনৰ ঘৰ আছিমগঞ্জৰ হাটখলা গাঁওত বুলি জানিব পৰা গৈছে ৷ ইফালে উক্ত ঘটনাত আন এজন লোকো আহত হৈছে ৷

কৰিমগঞ্জত বজ্ৰপাত পৰি কৃষকৰ কৰুণ মৃত্যু

আৰু চাওকঃ শদিয়াত কিশোৰৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ

Intro:Body:SLUG--PATHERKNADI DEATH INCIDENT

কৰিমগঞ্জৰ পাথাৰকান্দি বাইপাছ এলেকাত অঘটন ।
বজ্ৰ পৰি মৃত্যু এগৰাকী কৃষকৰ ।
ঘঠনাত আহত হৈছে আন এজন লোক ।
মৃত্যু হোৱা লোকজনৰ নাম নেজাম উদ্দিন ।
নেজামৰ ঘৰ আছিমগঞ্জৰ হাটখলা গাঁওত ।
পথাৰত কৃষিকামত ব্যস্ত থাকোতে সংঘটিত হৈছে এই ঘঠনা ।

পাথাৰকান্দিৰ পৰা সঞ্জীত কৈৰীৰ সহযোগত কৰিমগঞ্জৰ পৰা ৰাম চক্ৰৱৰ্তী ইটিভি ভাৰত অসম।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.